দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ কঁঠালবাৰীত আজি পুৱা এগৰাকী গর্ভৱতী মহিলাৰ মৃতদেহ স্বামীগৃহত উদ্ধাৰ হোৱাৰ বিপৰীতে স্বামীসহ স্বামীৰ পৰিয়ালৰ সকলো সদস্যই ঘৰৰ পৰা প্রয়োজনীয় সামগ্রী লৈ পলায়ন কৰে৷ ঘটনাটোত অঞ্চলজুৰি তীব্র চাঞ্চল্য সৃষ্টি হৈছে৷ উল্লেখ্য যে প্রায় ৯ মাহ পূর্বে কঁঠালবাৰী গাঁৱৰ প্রয়াত ওচমান শ্বেখৰ কন্যা খালিদা বেগমক (২২)
Month: April 2021
শোণিতপুৰৰ ৰঙাপৰা থানাৰ অন্তর্গত গেৰুৱাজুলিৰ লক্ষেশ্বৰী দৈমাৰী (৫৩) নামৰ এগৰাকী মহিলাক ডাইনীৰ সন্দেহত যোৱানিশা মৰিয়াই মৰিয়াই হত্যা কৰে৷ মহিলাগৰাকীৰ বাসগৃহৰ পৰা প্রায় এক কিলোমিটাৰ দূৰৰ এটা অঞ্চলত পুতি থোৱা অৱস্থাত আজি আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে৷ আৰক্ষীয়ে প্রকাশ কৰা অনুসৰি, ৰঙাপৰাৰ এটা ভিতৰুৱা অঞ্চল এক নম্বৰ গেৰুৱাজুলিত এজন নাতিৰ স’তে বাস
নগাঁও জিলাৰ ৰহাৰ খাইগডত এগৰাকী ১২ বছৰীয়া কিশোৰীক পৰিকল্পিতভাৱে হত্যা কৰি জ্বলাই দিয়া ঘটনাই সর্বত্র ব্যাপক প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে কামপুৰতো আজি কেইবাটাও কার্বি সংগঠনে তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ কামপুৰ ৰাজহ চক্রৰ অন্তর্গত কার্বি জনজাতি বসতিপ্রধান চাইবুক গাঁৱত পাঁচটা কার্বি সংগঠনে বৃহৎ প্রতিবাদী সমদল উলিয়ায়৷ সংগঠনকেইটাৰ কর্মীসকলে হাতে হাতে বেনাৰ–ফেষুটন
নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত ৰহাৰ খাইগড়ত যোৱা ২২ এপ্ৰিলত সংঘটিত হোৱা সন্দেহজনক অগ্নিকাণ্ডত এগৰাকী ১২বছৰীয়া বনকৰা কিশোৰীৰ মৃত্যু হোৱাৰ ৭২ ঘন্টাৰ পাছতো তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। বৃহস্পতিবাৰে খাইগড়ৰ প্ৰকাশ চন্দ্ৰ বৰঠাকুৰৰ ঘৰত চুমিলা ৰংহাংপী নামৰ ১২ বছৰীয়া বনকৰা কিশোৰীৰ ৰহস্যজনকভাৱে অগ্নিদগ্ধহৈ মৃত্যু হোৱাৰ পিচত বিভিন্ন দল সংগঠনে ই
Guwahati: Assam has installed eight oxygen plants in government hospitals and the state government would provide support to private hospitals and nursing homes for setting up of their own units, Health and Family Welfare Minister Himanta Biswa Sarma said on Sunday. After the COVID crisis hit the state, the government