New Delhi: As Congress leader Rahul Gandhi turned 51 on Saturday (June 19), the party informed that his birthday will not be celebrated in view of the second wave of COVID-19. Instead, the party urged Congress to celebrate the occasion by continuing the COVID relief work across India. “We wish Shri
Month: June 2021
কোকৰাঝাৰ জিলাৰ অভয়াকুটিত যোৱা ১১ জুনত দুগৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰা জঘন্য কাণ্ডৰে জড়িত দোষী তথা হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবীত শনিবাৰে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু আৰু বড়ো মহিলা সমন্বয়ৰক্ষী সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আৰু কোকৰাঝাৰ জিলা
ৰাজ্যৰ শিক্ষা বিভাগে উচ্চস্তৰীয় দুখন কমিটি গঠন কৰাৰ লগতে ঘোষণা কৰিলে সদস্যৰ নাম । ছাত্ৰ-ছাত্ৰীসকলৰ ফলাফল কিদৰে প্ৰদান কৰিব, সেই বিষয়ে আৰ্হি প্ৰস্তুত কৰিবলৈ গঠন কৰা হৈছে এই কমিটি দুখন । 31 জুলাইৰ পূৰ্বে এই কমিটি দুখনে প্ৰকাশ কৰিব ফলাফল ৷ উল্লেখ্য যে, বহু জল্পনা-কল্পনাৰ অৱসান ঘটাই শুকুৰবাৰে ৰাজ্য চৰকাৰে
মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষীৰএক সফলতা । লাহৰীঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি লাহৰীঘাটৰ নগাবান্ধা গাঁৱৰ পৰা বহু আপত্তি জনক সামগ্ৰীৰ লগতে চাৰি গৰাকী ছাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত অপৰাধী কেইজন হৈছে গৰৈমাৰী গাঁৱৰ ৰাজিবুল ইছলাম (২৭) , ইনজামুল হক (২১), ৰাকিব আলম (২১) , ছফিকুল ইছলাম (৩২)। ধৃত
মাইক্ৰ’ফাইনেঞ্চ(Microfinance )ৰ ঋণ মাফ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ কৰা মন্তব্যৰ পাচতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে । এক বিবৃত্তি যোগে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাই কয় যে, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষুদ্ৰ বিত্তীয় ঋণ ৰেহাই সন্দৰ্ভত নিৰ্বাচনী সভাত দিয়া তেওঁৰ ভাষণ মাথো এটা “ৰাজনৈতিক