মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষীৰএক সফলতা । লাহৰীঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি লাহৰীঘাটৰ নগাবান্ধা গাঁৱৰ পৰা বহু আপত্তি জনক সামগ্ৰীৰ লগতে চাৰি গৰাকী ছাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত অপৰাধী কেইজন হৈছে গৰৈমাৰী গাঁৱৰ ৰাজিবুল ইছলাম (২৭) , ইনজামুল হক (২১), ৰাকিব আলম (২১) , ছফিকুল ইছলাম (৩২)। ধৃত অপৰাধী কেইজনৰ পৰা আৰক্ষীয়ে বেংক পাচবুক, ছিম কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড, এ এটি এম , আৰু মোবাইল জব্দ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি লাহৰীঘাট আৰক্ষী য়ে ধৃত Cyber অপৰাধী ৪ জনৰ বিৰুদ্ধে ৩৫৫/২১ US ১২০( B)৪১৯/৪২০/৪৬৮/৪৭১/৪০৯ IPC, R/W Sec.৬৬(C) ৬৬ (D)IT Act ৰ অধীনত গোচৰ ৰুজু কৰি চাৰি অপৰাধীক জেললৈ প্ৰেৰণ কৰে।
লাহৰীঘাটত চাৰিজন ছাইবাৰ অপৰাধীক প্ৰেপ্তাৰ
Posted on by GTM Desk
1 min read
You May Also Like
গুৱাহাটী বিমান বন্দৰৰ সমীপৰ বুল্লাত ভয়ংকৰ দুৰ্ঘটনা
April 19, 2024
কেনে যাব আজি আপোনাৰ দিনটো? পুৱাই জানি লওক ১৯ এপ্ৰিলৰ ৰাশিফল
April 19, 2024
More From Author
গুৱাহাটী বিমান বন্দৰৰ সমীপৰ বুল্লাত ভয়ংকৰ দুৰ্ঘটনা
April 19, 2024
কেনে যাব আজি আপোনাৰ দিনটো? পুৱাই জানি লওক ১৯ এপ্ৰিলৰ ৰাশিফল
April 19, 2024