Month: June 2021

মহানগৰীৰ নাৰেংগীত ৰে’লৱে ক্ৰছিঙত লাইনচ্যুত ছয়টা ডবা।

মহানগৰীৰ নাৰেংগীত ৰে’লৱে ক্ৰছিঙত লাইনচ্যুত ছয়টা ডবা।

শনিবাৰে দুপৰীয়াৰ ভাগত মহানগৰী নাৰেংগীত থকা ৰেল লাইনত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। নাৰেংগীৰ সেনা শিবিৰৰ যোৱা WDG4-70115 নম্বৰৰ এখন মালবাহি ট্ৰেইনৰ  ছয়টাকৈ ডবা লাইনচ্যুত হোৱাত অঞ্চলটোত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে বহিঃ ৰাজ্যৰ পৰা সাতগাঁওস্থিত ভাৰতীয় সেনা চাউনিলৈ খাদ্যকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী কাঢ়িয়াই  অনা মালবাহী ৰে’ল এখনৰ ছয়টা ডবা নাৰেংগী

বাক্সা: পিষ্টলসহ গ্ৰেপ্তাৰ ৫ দুধৰ্ষ ডকাইত।

বাক্সা: পিষ্টলসহ গ্ৰেপ্তাৰ ৫ দুধৰ্ষ ডকাইত।

দীৰ্ঘদিন ধৰি বাক্সাৰ বিভিন্ন অঞ্চলত ডকাইতৰ এটা বৃহত চক্ৰই নিদ্ৰাহৰণ কৰি আহিছিল বাক্সা আৰক্ষীৰ ৷ ৰাজ্যখনৰ কেইবাটাও মাইক্ৰোফাইনেন্সৰ কৰ্মচাৰীক বাট আগচি ধৰি ধন লুট কৰি আহিছিল ডকাইতৰ দলটোৱে ৷ দীৰ্ঘদিন ধৰি চলা চেষ্টাৰ অন্তত আৰক্ষীয়ে পিষ্টল সহ ৫ জনীয়া ডকাইতৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ বাক্সাৰ নৱ নিযুক্ত অতিৰিক্ত আৰক্ষী

খাৰুপেটীয়াত আৰক্ষীৰ জালত জালনোট প্রস্তুত কৰা ৮ অপৰাধী

খাৰুপেটীয়াত আৰক্ষীৰ জালত জালনোট প্রস্তুত কৰা ৮ অপৰাধী

আৰক্ষী অধীক্ষক হিচাপে সুশান্ত বিশ্ব শর্মা নিযুক্ত হোৱাৰ পাছৰে পৰা দৰং আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে চলাইছে ব্যাপক অভিযান৷ যোৱানিশা জালনোট চক্রৰ লগত জডিত ৪টা আৰু অন্য এক অভিযানত আন ৪টা ডকাইতসহ মুঠতে ৮টা দুর্ধর্ষ অপৰাধী কৰায়ত্ত কৰিব সক্ষম হয় দৰং আৰক্ষী৷ ইতিমধ্যে কৰায়ত্ত হোৱা অপৰাধীৰ পৰা ভালেসংখ্যক নথি, সঁজুলি জব্দ কৰাৰ