Month: June 2021

নামতিত পৰকীয়া প্ৰেমৰ বাবে মাতৃয়ে হত্যা কৰিছিল ৪ বছৰীয়া কন্যাক

নামতিত পৰকীয়া প্ৰেমৰ বাবে মাতৃয়ে হত্যা কৰিছিল ৪ বছৰীয়া কন্যাক

গুৱাহাটীঃ মাতৃৰ পৰকীয়া প্ৰেমৰ বাবেই হত্যাৰ বলি হ’ল ৪ বছৰীয়া এটি নিষ্পাপ শিশু। শিৱসাগৰ জিলাৰ নামতিৰ ২ নং শলগুৰিৰ ত্ৰিদিশা নাথ নামৰ চাৰি বছৰীয়া কন্যা শিশুটিৰ হত্যাকাণ্ডই লৈছে নতুন মোৰ। স্বামীয়ে অত্যাচাৰ কৰা বাবে নহয়, মাতৃ জোনালী নাথৰ অবৈধ প্ৰেম তথা পৰকীয়া প্ৰেমৰ বাবেই হত্যাৰ বলি হ’ল নিষ্পাপ শিশুটি। শনিবাৰৰ

১৫০ বিঘা ভূমিত উচ্ছেদ অভিযান হোজাই প্রশাসনৰ

১৫০ বিঘা ভূমিত উচ্ছেদ অভিযান হোজাই প্রশাসনৰ

হোজাই জিলাৰ লংকা ৰাজহ চক্রৰ অন্তর্গত কাকী তিনি হাজাৰ বিঘা তাৰালাংচুৰ কাকিনী ফার্মৰ ৰবৰ বাগানত আজি সন্দেহজনক অবৈধ দখলকাৰীৰ বিৰুদ্ধে হোজাই জিলা প্রশাসনে উচ্ছেদ অভিযান চলাই বেদখলমুক্ত কৰে ৰবৰ বাগানখনৰ নামত আবণ্টিত ভূমি৷লংকা ৰাজহ চক্রৰ চক্র বিষয়া ৰাকেশ ডেকাৰ নেতৃত্বত যোৱা আৰক্ষী–প্রশাসনৰ এক বিশাল বাহিনীৰ উপস্থিতিত অঞ্চলটোত পুৱা ৯বজাৰ পৰা

যুগ্ম–যুগ্ম ৰোল নম্বৰেৰে শিক্ষার্থী নিয়ন্ত্রণ সমিতি গঠনৰ পৰামর্শ

যুগ্ম–যুগ্ম ৰোল নম্বৰেৰে শিক্ষার্থী নিয়ন্ত্রণ সমিতি গঠনৰ পৰামর্শ

ক’ভিডসৃষ্ট পৰিস্থিতিত নিম্ন প্রাথমিক বিদ্যালয়ৰ শিশুসকলক কেনেদৰে শিক্ষা প্রদান কৰিব পৰা যাব, তাৰ এক পৰিকল্পনা যুগুত কৰি শিক্ষামন্ত্রীলৈ প্রেৰণ কৰিছে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে৷ সন্মিলনীৰ ভাৰপ্রপ্ত সভাপতি আনোৱাৰ হুছেইন আৰু প্রধান সম্পাদক ৰাতুল চন্দ্র গোস্বামীয়ে এক বিজ্ঞপ্তিত কয় যে প্রাথমিক বিদ্যালয়ৰ ক’ৰোনাকালৰ শিক্ষা যদিহ উচ্চ পর্যায়ৰ বিদ্যালয়ৰ দৰে একে

নলা–নর্দমা নিষ্কাশনৰ নামত জি এম চিৰ প্রহসনঃ পথৰ দাঁতিত বোকা–আৱর্জনাৰ দ’ম: বিনষ্ট পৰিৱেশ

নলা–নর্দমা নিষ্কাশনৰ নামত জি এম চিৰ প্রহসনঃ পথৰ দাঁতিত বোকা–আৱর্জনাৰ দ’ম: বিনষ্ট পৰিৱেশ

 গুৱাহাটী মহানগৰীক বানমুক্ত কৰিবলৈ পৌৰ নিগমে যুদ্ধকালীন প্রচেষ্টাৰে নলা–নর্দমা নিষ্কাশন কৰি আছে৷ বিগত কেইবাদিন ধৰি দিনে–নিশাই মহানগৰীৰ প্রান্তে প্রান্তে চলিছে নলা–নর্দমা আৰু ভৰলু তথা বাহিনী নৈৰ আৱর্জনা নিষ্কাশনৰ কাম৷ নৱনিযুক্ত পৌৰ আয়ুক্ত দেৱাশিস শর্মাই মহানগৰবাসীক কৃত্রিম বানৰ পৰা সকাহ দিয়াৰ বাবে বিভাগীয় বিষয়া–কর্মচাৰীৰ সহযোগিতাৰে যুদ্ধকালীন প্রচেষ্টা অব্যাহত ৰাখিছে৷ পৌৰ আয়ুক্তৰ

Plantation Drive on the occasion of World Environment Day

Plantation Drive on the occasion of World Environment Day

Keeping view of the World Environment day 2021, the Voice of Environment (VoE) and Xomadhan (a self-help group) conducted a plantation drive at B. Borooah College Guwahati premises on 6th June 2021. For environmental sustainability, nation-building activities, green and food secured state, an ongoing mission started by the team VoE