Month: June 2021

Chunks of raw meat found in Assam temple, 5 arrested

Chunks of raw meat found in Assam temple, 5 arrested

Dhubri: Five persons were arrested on Saturday for allegedly placing chunks of raw meat inside a temple in Assam”s Dhubri district, a police officer said. Tension had gripped Jinkata Part-II village in Golakgunj police station area on Friday after pieces of meat were found in the Kali temple, he said.

৭ জুনৰ পৰা গুৱাহাটীত কাৰ্ফিউ শিথিলকৰণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

৭ জুনৰ পৰা গুৱাহাটীত কাৰ্ফিউ শিথিলকৰণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

৭ জুনৰ পৰা গুৱাহাটীত কাৰ্ফিউ শিথিল কৰাৰ ইংগিত দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীত ক্ৰমান্বয়ে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা কমি অহাত সান্ধ্য আইন শিথিল কৰাৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। দিল্লীত সংবাদমেল সম্বোধন কৰি ড০ শৰ্মাই কয় — “কালি গুৱাহাটীত আক্ৰান্তৰ সংখ্যা তিনিশ আছিল। যদি শুক্ৰ, শনিবাৰৰ ভিতৰত ই দুশৰ

লাখটকীয়াত ড্রাগ্ছৰ ঘাটি উৎখাত

লাখটকীয়াত ড্রাগ্ছৰ ঘাটি উৎখাত

নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ অভিযান৷ ৰাজ্যখন ড্রাগ্ছমুক্ত কৰিবলৈ আৰক্ষীয়ে বিগত কিছুদিন ধৰি অভিযান চলাই ৰাজ্যৰ বিভিন্ন প্রান্তত থকা শতাধিক ড্রাগ্ছৰ ঘাটি উৎখাত কৰাৰ লগতে ড্রাগ্ছ ব্যৱসায়ৰ লগত জড়িত বহু অভিযুক্তক গ্রেপ্তাৰ কৰি জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ একেদৰে ড্রাগ্ছ সৰবৰাহৰ ট্রেনজিট পইণ্টত পৰিণত হোৱা গুৱাহাটী মহানগৰীতো আৰক্ষীয়ে ড্রাগ্ছৰ বিৰুদ্ধে