নলবাৰী জিলাৰ সদৰ উপ আৰক্ষী অধীক্ষক জিকিৰাণী মহন্তৰ নেতৃত্বত মুকালমুৱা আৰক্ষীয়ে কালি সন্ধিয়া মুকালমুৱাত অভিযান চলাই দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷ এক নিৰ্ভৰযোগ্য সূত্ৰৰ খবৰৰ ভিত্তিত নলবাৰী-কামৰূপ জিলাৰ সীমান্তৰ মুকালমুৱাৰ কুৰিহাত মুকালমুৱা আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই থকাৰ পৰাই ড্ৰাগছ সৰবৰাহকাৰী ইছলামউদ্দিন আলী ওৰফে
Month: June 2021
কেইবা লক্ষাধিক টকাৰ ড্ৰাগছ সহ চাৰি অপৰাধী আৰক্ষীৰ জালত আৰক্ষীয়ে চাৰি যুৱকৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ ব্ৰাউন চুগাৰ,হেৰোইন,ড্ৰাগছ ভৰ্তি কোন্টেইনাৰ, মোবাইল ফোন পাঁচটা এখন চাৰি চকীয়া বিলাসী বাহনৰ লগতে তিনিখন বাইক জব্দ কৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে থুলুংগা বসুমতাৰী,মানাস প্ৰতীম চৈতেন্দ্ৰ,ম:আলিউদ্দিন ৰহমান আৰু সঞ্জয় বসুমতাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ
মহানগৰীৰ ফটাশিলত দিন-দুপৰতে ডকাইতি এখন ক’লা ৰঙৰ পালচাৰত অহা দুজন দুৰ্বৃত্তই লুটি নিলে নগদ ৩৫ লাখ টকা এখন ইন’ভা গাড়ীৰ ভিতৰত এটা বেগত আছিল টকাখিনি ইন’ভা গাড়ীখনৰ নম্বৰ AS 01 DU 0003 ফটাশিলৰ HDFC বেংকৰ সন্মুখৰ পৰা লুটিলে ধনখিনি ব্যৱসায়ী ভবেন্দ্ৰ পাল সিঙৰ আছিল টকাখিনি
ঐতিহ্যমণ্ডিত গীতামন্দিৰৰ ভূমি বেদখল কৰি ঘৰ আৰু জুপুৰি সাজি বিগত কেইবাবছৰ ধৰি একাংশ লোকে ব্যৱসায় চলাই আহিছিল৷ শেহতীয়াকৈ গীতামন্দিৰ পাহাৰৰ এক বিঘা ভূমি গীতানগৰ থানা নির্মাণৰ বাবে ৰাজ্য চৰকাৰে আবণ্টন দিয়ে৷ উক্ত ভূমিৰ আশে–পাশে ঘৰ আৰু জুপুৰি সাজি ব্যৱসায় চলাই থকা লোকসকলৰ বিৰুদ্ধে বৃহস্পতিবাৰে পৌৰ নিগম আৰু জিলা প্রশাসনে যুটীয়াভাৱে
অহা ১২ জুলাইৰ পৰা অনুষ্ঠিত হ’ব হিমন্ত চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন। এমাহ ধৰি চলিব লগা অধিৱেশনৰ ১৬ জুলাইত দাখিল হ’ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট। বিত্ত মন্ত্ৰী অজন্তা নেওগে প্ৰথম বাৰৰ বাবে দাখিল কৰিব বাজেট। এই কথা প্ৰকাশ কৰিছে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাই। উল্লেখ যোগ্য যে