আজি দ্বিতীয় দিনাৰ বাবেও ধেমাজিত বানৰ কৱলত আছে বহু গাওঁ ৷ আজিও ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভজু গাওঁ আৰু জীয়াঢল চাৰিআলিৰ দুটা অংশৰ প্ৰায় ১ ফুট ওপৰেৰে বৈ আছে জীয়াধল
Month: August 2021
শেহতীয়াকৈ অন্ত পৰা টকিঅ’ অলিম্পিকত ৭ টাকৈ পদক লাভ কৰি ভাৰতীয় খেলুৱৈসকলে দেশক গৌৰৱান্বিত কৰাৰ পাছত এতিয়া ভাৰতৰ আন একাংশ খেলুৱৈয়ে পেৰা অলিম্পিকত পদক জয়ৰ আশা মনত লৈ টকিঅ’ত উপস্থিত
তালিবানক নিষিদ্ধ কৰিছে ফেচবুকে। মাৰ্ক জুকাৰবাৰ্গৰ কোম্পানীয়ে আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতিৰ কথা বিবেচনা কৰি তালিবানৰ সমৰ্থনত ফেচবুকৰ মজিয়াত কৰা সকলো পোষ্ট আঁতৰাই দিয়াৰ সিদ্ধান্ত লৈছে। জানিব পৰা মতে ইতিমধ্যে ইয়াৰ বাবে
আপোনাৰ পুৰণি বাহনখনে এতিয়া যিকোনো মুহূৰ্ততে আপোনাক পেলাব পাৰে বিপদত ৷ ইতিমধ্যে ভাৰত চৰকাৰে যোৱাটো সপ্তাহতে মুকলি কৰিছে ‘Vehicle Scrappage policy’ ৷ এই নতুন নীতি মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে
উচ্চতম ন্যায়ালয়ে আজি মহিলাসকলকো ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ নামভৰ্তি পৰীক্ষাত বহাৰ অনুমতি প্ৰদান কৰে।যদিও কেন্দ্ৰই কয় যে মহিলাসকলে প্ৰৱেশ কৰিবলৈ অপাৰগ হ’লে কোনেও মৌলিক অধিকাৰ উলংঘন কৰাৰ দাবী কৰিব নোৱাৰে,উচ্চতম ন্যায়ালয়ে বৰ্তমান মহিলা