Month: August 2021

তৃণমূল কংগ্ৰেছত যোগদান কৰি অসমত দলটোৰ নেতৃত্ব ল’ব সুস্মিতা দেৱে

তৃণমূল কংগ্ৰেছত যোগদান কৰি অসমত দলটোৰ নেতৃত্ব ল’ব সুস্মিতা দেৱে

অসমৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতিৰ লগতে দলটোৰ প্ৰাথমিক সদস্যপদ ত্যাগ কৰে। সোমবাৰে কংগ্ৰেছ দল ত্যাগ কৰা সুস্মিতা দেৱে অচিৰেই তৃণমূল কংগ্ৰেছত যোগদান কৰিব। তেওঁ অসমত তৃণমূল কংগ্ৰেছৰ নেতৃত্ব প্ৰদান কৰিব। এক বিশেষ সূত্ৰই এই তথ্য প্ৰকাশ কৰে । অসমৰ নেত্ৰীগৰাকীয়ে বৰ্তমান পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

Indian Idol-12ৰ খিতাপ জয় উত্তৰাখণ্ডৰ পৱনদীপ ৰাজনৰঃ লাভ কৰিলে ২৫ লাখ টকা আৰু নতুন গাড়ী

Indian Idol-12ৰ খিতাপ জয় উত্তৰাখণ্ডৰ পৱনদীপ ৰাজনৰঃ লাভ কৰিলে ২৫ লাখ টকা আৰু নতুন গাড়ী

 সংগীতৰ অন্যতম শ্ৰেষ্ঠ ৰিয়েলিটি শ্ব’ ইণ্ডিয়ান আইডল চিজন ১২ৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে উত্তৰাখণ্ডৰ পৱনদীপ ৰাজনে (Pawandeep Rajan)। লগতে প্ৰথম ৰানাৰ-আপ হৈছে অৰুণিতা কাঞ্জিলাল (Arunita Kanjilal)। বিজয়ী পৱনদীপ ৰাজনক এটা ট্ৰফী, ২৫ লাখ টকাৰ পুৰস্কাৰ আৰু এখন নতুন গাড়ী প্ৰদান কৰা হয়। পশ্চিম বংগৰ অৰুণিতা কাঞ্জিলাল কঠিন যুঁজৰ পিছতো দ্বিতীয়

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ব্যক্তিগত বাসগৃহত পেট্ৰল বোমা বিস্ফোৰণ দুৰ্বৃত্তৰ

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ব্যক্তিগত বাসগৃহত পেট্ৰল বোমা বিস্ফোৰণ দুৰ্বৃত্তৰ

এজন প্ৰাক্তন বিদ্ৰোহী নেতাৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰিছে চুবুৰীয়া ৰাজ্য মেঘালয়। ৰাজ্যখনৰ কেইবাঠাইটো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ফলত অৱশেষত ৰাজ্যখনত সান্ধ্য আইন বলবৎ কৰা হয়। কিন্তু সান্ধ্য আইন চলি থকাৰ মাজতে দেওবাৰে নিশা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ব্যক্তিগত বাসগৃহত পেট্ৰ’ল বোমা নিক্ষেপ কৰে দুৰ্বৃত্তই। দেওবাৰে নিশাৰ ভাগত অচিনাক্ত দুৰ্বৃত্তৰ

OLA বৈদ্যুতিক স্কুটাৰ ৯৯,৯৯৯ টকাৰ আৰম্ভণি মূল্যত মুকলি

OLA বৈদ্যুতিক স্কুটাৰ ৯৯,৯৯৯ টকাৰ আৰম্ভণি মূল্যত মুকলি

OLAই ভাৰতত ইয়াৰ প্ৰথম বৈদ্যুতিক স্কুটাৰ এছ1-ৰ বাবে ৯৯,৯৯৯ টকা (এক্স-শ্ব’ৰুম) আৰু এছ1 প্ৰ’ৰ বাবে ১.২৯ লাখ টকা (এক্স-শ্ব’ৰুম) আৰম্ভণি মূল্যত মুকলি কৰিছে। কেইবাখনো ৰাজ্য চৰকাৰে ঘোষণা কৰা শেহতীয়া ৰাজসাহায্যৰ পৰিপ্ৰেক্ষিতত, ওলা বৈদ্যুতিক ৰ ভাৰতীয় বজাৰত প্ৰদৰ্শন কৰাৰ ভাল সম্ভাৱনা আছে। স্কুটাৰৰ এছ1 প্ৰ’ ভেৰিয়েণ্টে ইয়াৰ নিকটতম প্ৰতিযোগিতাক কমেও ১০,০০০

Sikkim Girl bags Miss Top Model crown

Sikkim Girl bags Miss Top Model crown

Tshering Chukit Sherpa, Sikkim lady won the crown of ‘Miss Top Model’ at Miss India 2021. Organized by StarLife Pageants at Agra, the grooming session for the event was held in Agra from August 1. While, the grand finale was held on August 5. The 27-year-old lady hails from Rinchenpong