নৱগঠিত বিদ্ৰোহী সংগঠন নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ বডোলেণ্ড (এনএলএফবি)ৰ মুঠ ৪৬ জন সদস্যই দুদিনৰ ভিতৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ সৈতে আত্মসমৰ্পণ কৰে, বিষয়াসকলে দেওবাৰে কয়।সংগঠনটোৰ ৩২ জন বিদ্ৰোহীয়ে দেওবাৰে অস্ত্ৰ-শস্ত্ৰ নিবাৰণ কৰিছিল, আৰু ১৪ জনে আগদিনা আত্মসমৰ্পণ কৰিছিল, তেওঁলোকে কৈছিল।এমাহৰো কম সময়ৰ ভিতৰত এনএলএফবি উগ্ৰপন্থীৰ এইটো দ্বিতীয় গণ আত্মসমৰ্পণ
Month: August 2021
অসমৰ চুবুৰীয়া ৰাজ্যই চৌদিশে আগ্ৰাসন কৰা নতুন কথা নহয়। সৌ সিদিনা অসম মিজোৰাম সীমান্তৰ লাইলাপুৰৰ অসমৰ ভুমিত মিজোৰাম আৰক্ষীৰ গুলীত শ্বহীদ হৈছিল অসমৰ জোৱান। এই ঘটনাও সংঘটিত হৈছিল সীমা বিবাদৰ বাবে। মিজোৰামে অসমৰ ভুমি দখল কৰা বিষয়ৰ বাবে হৈছিল উক্ত ঘটনা। উল্লেখ্য যে ; ইফালে কামৰূপ জিলাৰ বকো সমষ্টিৰ বকো
ক’ভিড নীতি -নিৰ্দেশনা পালন কৰি মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি গোলাঘাটত সদৌ অসম ছাত্র সন্থাই ৰূপায়ণ কৰিলে এক প্ৰতিবাদী কাৰ্যসূচী । গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্র সংগঠনটোৱে। চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে নগৰৰ মাজ মজিয়াত এক উত্তপ্ত পৰিবেশৰ
চিৰাঙৰ ৰুণীখাতা থানাৰ অন্তৰ্গত কুমগুৰী গাঁৱত যোৱাকালি নিশা ডাইনী সন্দেহত এগৰাকী ষাঠি বছৰীয়া নিৰীহ মহিলাক ঘপিয়াই নৃশংস হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে ।নিহত মহিলা গৰাকীৰ নাম বালে মাৰ্ডি (৬০) । স্থানীয় ৰাইজৰ সন্দেহ মতে নিজৰ পৰিয়ালৰ লোকেই ডাইনী সন্দেহত হত্যা কৰিছে ।কিন্তু স্থানীয় লোকৰ অভিযোগৰ বিপৰীতে নিহত মহিলা গৰাকীৰ স্বামী
ৰাজ্যৰ ক’ভিড পৰিস্থিতি ধাৰাবাহিকভাৱে উন্নত হোৱাৰ পৰিপ্রেক্ষিতত হ্রাস কৰা হৈছে সান্ধ্য আইনৰ সময়৷ সোমবাৰে প্রকাশ কৰা নতুন এছ অ’ পি অনুসৰি আজিৰ পৰা ৰাজ্যত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ হ’ব সান্ধ্য আইন৷ ইয়াৰ লগে লগে ৰাজ্যত দোকান–পোহাৰ, ব্যৱসায়িক প্রতিষ্ঠান, চৰকাৰী–বেচৰকাৰী কার্যালয় আদি খুলি ৰখাৰ সময় পূর্বৰ তুলনাত