Month: August 2021

প্রধানমন্ত্রী মোদীৰ সৈতে আইচক্রীম খোৱাৰ হেঁপাহ পি ভি সিন্ধুৰ

প্রধানমন্ত্রী মোদীৰ সৈতে আইচক্রীম খোৱাৰ হেঁপাহ পি ভি সিন্ধুৰ

ক্রমাগত দুখন অলিম্পিকত পদক জয়েৰে ইতিহাস ৰচা তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে দেশলৈ উভতি প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰিব৷ দেওবাৰে টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক অর্জন কৰিবলৈ সক্ষম হোৱা শ্বাটলাৰগৰাকীয়ে সোমবাৰে এক অনলাইন সংবাদ মেলত কয় যে টকিঅ’লৈ অহাৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে তেওঁক পদক জয়ৰ বাবে শুভকামনা জনাইছিল৷ সেই সময়ত মোদীয়ে

CBSE Class 10 result: 99.04 Pass Percentage Recorded

CBSE Class 10 result: 99.04 Pass Percentage Recorded

The Central Board of Secondary Education (CBSE) declared the Class 10 results on Tuesday at 12 pm.  A total of 21,13,767 candidates registered for the exams and out of which, the results of 20,97,128 candidates have been released. A total of 16,639 students’ results are under process, dates of their

বুধবাৰে টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙত নামিব লাভলীনা

বুধবাৰে টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙত নামিব লাভলীনা

বুধবাৰে বক্সিং ৰিঙত নামিব অসম কন্যা লাভলীনা বৰগোঁহাই।তুৰস্কৰ প্ৰতিদ্বন্দ্বী ৰ বিৰুদ্ধে ছেমিফাইনেলত অৱতীৰ্ণ হ’ব গোলাঘাটৰ জীয়ৰী লাভলীনাই। পুৱা ১১বজাত চাৰমেলেনিৰ সৈতে গুৰুত্বপূৰ্ণ খেলখনত অৱতীৰ্ণ হ’ব। আনহাতে অসম কন্যা গৰাকীক লৈ ৰাজ্যবাসী অধিৰ আগ্ৰহেৰে অপেক্ষা কৰিছে।ৰাজ্যৰ বিভিন্ন প্ৰান্তত লাভলীনাৰ সাফল্য কামনা কৰি প্ৰাৰ্থনা কৰাও দেখিবলৈ পোৱা গৈছে। গুৰুত্বপূৰ্ণ কথা যে অলিম্পিকত

আদানী গ্রুপলৈ বৰঝাৰ বিমান বন্দৰ হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ

আদানী গ্রুপলৈ বৰঝাৰ বিমান বন্দৰ হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ

গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰকে ধৰি দেশৰ ছয়টা লাভজনক বিমান বন্দৰ আদানি গ্ৰুপলৈ হস্তান্তৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে । ক’ভিডকেন্দ্ৰিক  পৰিস্থিতিৰ বাবে প্ৰায় আঠ – ন মাহ ধৰি হস্তান্তৰ প্ৰক্ৰিয়া গেথেলা মাৰি থকাৰ পাছত শেহতীয়াভাবে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণে বৰঝাৰ বিমান বন্দৰ আদানী গ্রুপলৈ হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে

জিলা পৰিবহণ বিষয়াৰ কার্যালয়ৰ বিশেষ পদক্ষেপঃ দ্বাদশ উত্তীর্ণ শিক্ষার্থীৰ গাড়ীচালনাৰ প্রশিক্ষণ আৰম্ভ

জিলা পৰিবহণ বিষয়াৰ কার্যালয়ৰ বিশেষ পদক্ষেপঃ দ্বাদশ উত্তীর্ণ শিক্ষার্থীৰ গাড়ীচালনাৰ প্রশিক্ষণ আৰম্ভ

অসম চৰকাৰৰ পৰিবহণ বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞা) কার্যালয়ে চৌহদত থকা বাহন নির্মাতা কোম্পানী হোণ্ডা ড্রাইভিং এডুকেচন চেণ্টাৰৰ সহযোগত ৰাজ্যৰ ভিতৰতে প্রথমবাৰৰ বাবে এইবেলি ২০২১বর্ষত উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণীৰ পৰীক্ষাত উত্তীর্ণ আৰু ১৮ বছৰ সম্পূর্ণ হোৱা শিক্ষার্থীসকলক বাহন চালনা, পথ সুৰক্ষাৰ প্রশিক্ষণ