The countdown for LIVA Miss Diva 2021 grand finale has begun and Assam’s daughter Pallabi Saikia bagged the Liva Top Model title in a sub-contest in the ongoing event on Wednesday. View this post on Instagram A post shared by P A L L A B I S A
Month: September 2021
Lifestyle, India’s leading fashion destination for the latest trends, launches its Pujo Collection with ensembles curated by celebrity and style icon Mimi Chakraborty. What makes the experience even better for festive shoppers is that the all-new collection is available at great prices. With contemporary designs and styles that are just right for
বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ২১২ জন সদস্যৰ বিৰুদ্ধে দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগ উত্থাপন হৈছে । অভিযুক্তৰ এই তালিকাত কংগ্ৰেছৰ প্ৰাক্তন মন্ত্রী, প্ৰাক্তন সাংসদ তথা প্ৰাক্তন বিধায়কৰ উপৰি নিখিল ভাৰত কংগ্ৰেছ কমিটী আৰু প্ৰদেশ কংগ্ৰেছৰ সদস্যও আছে ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে
সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ আহ্বানত বুধবাৰে বাক্সা জিলা গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ আহ্বায়ক সমিতিয়ে মুছলপুৰত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । গৰিয়া-মৰিয়াসকলক ভূমিপুত্ৰ হিচাপে স্বীকৃতি দিয়া, জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰা, সুকীয়া জৰীপ আৰু চিনাক্তকৰণ প্ৰক্ৰিয়াৰে গৰিয়া-মৰিয়াসকলৰ মৰ্যাদা ৰক্ষা কৰাৰ দাবী জনায় সংগঠনটোৱে । “ধৰ্মীয় পৰিচয়ৰ সলনি জনগোষ্ঠীয় পৰিচয় আমাক
পুনৰ দৰং জিলা ঢলপুৰৰ গৰুখুটিত চলা উচ্ছেদ অভিযানত অঘটন । আৰক্ষীৰ গুলীত নিহত দুজন প্ৰতিবাদকাৰী । উচ্ছেদ অভিযানৰ দ্বিতীয় দিনা প্ৰশাসনৰ উচ্ছেদ অভিযানত বাধা প্ৰদান কৰিছিল বেদখলকাৰীসকলে । উচ্ছেদৰ বাবে যোৱা আৰক্ষী তথা প্ৰশাসনলৈ শিলাবর্ষণ কৰিছিল বেদখলকাৰীসকলে । এগৰাকী মহিলা কনিষ্টৱলসহ ৮ গৰাকী আৰক্ষী আঘাতপ্ৰাপ্ত । আঘাতপ্ৰাপ্ত আৰক্ষী কনিষ্টবলসকলক চিকিৎসালয়লৈ