গৰুখুটিৰ উচ্ছেদ অভিযানত উত্তেজনা; আৰক্ষীৰ গুলীত নিহত দুজন

0 min read
পুনৰ দৰং জিলা ঢলপুৰৰ গৰুখুটিত চলা উচ্ছেদ অভিযানত অঘটন । আৰক্ষীৰ গুলীত নিহত দুজন প্ৰতিবাদকাৰী । উচ্ছেদ অভিযানৰ দ্বিতীয় দিনা প্ৰশাসনৰ উচ্ছেদ অভিযানত বাধা প্ৰদান কৰিছিল বেদখলকাৰীসকলে । উচ্ছেদৰ বাবে যোৱা আৰক্ষী তথা প্ৰশাসনলৈ শিলাবর্ষণ কৰিছিল বেদখলকাৰীসকলে । এগৰাকী মহিলা কনিষ্টৱলসহ ৮ গৰাকী আৰক্ষী আঘাতপ্ৰাপ্ত । আঘাতপ্ৰাপ্ত আৰক্ষী কনিষ্টবলসকলক চিকিৎসালয়লৈ প্ৰেৰণ ।

You May Also Like

More From Author