Union Minister Sarbananda Sonowal on Tuesday filed his nomination for the upcoming Rajya Sabha by-polls from Assam. He was accompanied by the Assam Chief Minister Himanta Biswa Sarma. “I would like to thank Prime Minister Narendra Modi, BJP National President JP Nadda, Assam Chief Minister Himanta Biswa Sarma, General Secretary
Month: September 2021
মঙলবাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত সৰ্বাত্মক অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে । মঙলবাৰে ৰূপায়ন কৰা এই কাৰ্যসূচীত লখিমপুৰ-ধেমাজি জিলাৰ মধ্যস্থল গোগামুখৰ গেৰুকামুখ পথত NHPC বিৰুদ্ধে সৰ্বাত্মক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ-পৰিষদৰ সদস্য সকলে ৷ অসম জাতীয়
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে গোগামুখৰ গেৰুকামুখ পথত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন ৷ ধেমাজি, লখিমপুৰ আৰু মাজুলীবাসী ৰাইজৰ জীৱন সম্পত্তি নিৰাপত্তা সুনিশ্চিত নোহোৱা পৰ্যন্ত কোনো পধ্যেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম চলিবলৈ দিয়া নহ’ব বুলি স্পষ্ট ঘোষণা কৰিছে AJYCP য়ে ৷ তিনিখনকৈ জিলাৰ বাবে ভাবুকি
অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মঙলবাৰে বিয়লি নাগালেণ্ডৰ ডিমাপুৰত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিৱ’ৰ উপস্থিতিত নগা চছিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ডৰ ইচাক মুইভা গোটৰ লগত এক বৈঠকত মিলিত হয় । মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ টুইটাৰ যোগে উল্লেখ কৰে যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশ মতে উত্তৰ-পূৰ্বাঞ্চলৰ শান্তি
অৱশেষত ছিপাঝাৰৰ ধলপুৰত চলিল প্রশাসনৰ বুলেডজাৰ৷ ব্রহ্মপুত্রৰ চৰ–চাপৰি এলেকাৰ ১নং আৰু ৩নং ধলপুৰত প্রশাসনে আজি উচ্ছেদ অভিযান চলাই প্রায় ৪,৫০০ বিঘা ভূমি বেদখলমুক্ত কৰে৷ আনহাতে, উচ্ছেদ অভিযানৰ সময়ছোৱাত উক্ত ঠাইত অবৈধভাৱে ঘৰ–দুৱাৰ সাজি বসবাস কৰা প্রায় আঠশ পৰিয়ালৰ ঘৰ–দুৱাৰ জে চি বি আৰু ড্রেক্টৰেৰে ভাঙি প্রশাসনে খালী কৰে উক্ত ভূমি৷