নৰবলিৰ এক শিহৰণকাৰী পৰিকল্পনা কার্যকৰী হোৱাৰ পূর্বেই জনচক্ষুলৈ অহাত সৌভাগ্যক্রমে প্রাণৰক্ষা পৰে তিনি যুৱতী–কিশোৰীৰ৷ এই ভয়ানক কাণ্ডৰ পৰিকল্পনা ৰচনা হৈছিল নাহৰকটীয়াৰ চাচনী মৌজাৰ প্রান্তীয় গাঁও দুই নং টিংৰাইত৷ ইফালে ঘটনা সংক্রান্তত আৰক্ষীয়ে এইপর্যন্ত গ্রেপ্তাৰ কৰিছে একেটা পৰিয়ালৰে চাৰিজনকৈ সদস্যক৷ উল্লেখ্য যে অন্ধবিশ্বাসৰ পৰিণতিত মাত্র কিছু দিন পূর্বে সোণাৰি থানাৰ অন্তর্গত
Month: September 2021
ধেমাজি জিলাখন আজি এক মিনি দিছপুৰলৈ পৰিণত হ’ল ৷ অসমৰ মুখ্যমন্ত্ৰী সহ বিভিন্ন বিভাগৰ মন্ত্ৰী সকল উপস্থিত হ’ল ধেমাজিত ৷অসম চৰকাৰৰ জিলা ভিওিক কেবিনেট বৈঠকখনি আজি ধেমাজি জিলাৰ উপায়ুক্ত সভাকক্ষত অনুস্ঠিত হয় ৷ কেবিনেটৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল জৰিয়তে আজি অনুস্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত
পুনৰ বিতর্কত সাঙোৰ খাই পৰিছে গুৱাহাটী বিশ্ববিদ্যালয়৷ ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনৰ গৰিমাত এইবাৰ কালিমা সানিলে এগৰাকী সহকাৰী অধ্যাপকে৷ হিন্দী বিভাগৰ অমিত পাণ্ডে নামৰ অধ্যাপকজনে শেহতীয়াকৈ কেইবাগৰাকী ছাত্রীলৈ হোৱাটছএপ আৰু ফেচবুকযোগে অশ্লীল মেছেজ প্রেৰণ কৰি শিক্ষানুষ্ঠানখনৰ পৰিৱেশ দূষিত কৰাই নহয়, শিক্ষক আৰু ছাত্র–ছাত্রীৰ মাজৰ সম্পর্কও অৱনমিত কৰিলে৷ উত্থাপিত অভিযোগ অনুসৰি অমিত পাণ্ডে নামৰ
শ্বেৰমান আলীক বৰঘৰত বহুৱাই কংগ্ৰেছৰ অসমীয়া নেতাই ৰক্ষনাবেক্ষন দিছে – এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ অসম চৰকাৰৰ জিলা ভিওিত ধেমাজিত অনুস্ঠিত হোৱা প্ৰথমখন কেবিনেট বৈঠকৰ কাৰ্য্যসুচীৰ পূৰ্ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বেৰমান আলীয়ে শ্বহীদক লৈ কৰা অপ্ৰমাণ সুচক মন্তব্যত তীব্ৰ প্ৰতিক্ৰিড়া প্ৰকাশ কৰি কয় যে –
আই পি এলৰ ইতিহাসত প্রথমবাৰৰ বাবে একে সময়ত অনুষ্ঠিত হ’ব দুখন মেচ৷ সম্প্রতি সংযুক্ত আৰব আমীৰশ্বাহীত চলি থকা ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ অন্তিম দুখন লীগ মেচ একে সময়তে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে বি চি চি আয়ে৷ দৰাচলতে এদিনত দুখন মেচ থাকিলে প্রথমখন