Month: September 2021

চলিত বৰ্ষতে লখিমপুৰ মেডিকেল কলেজত হ’ব নামভৰ্তিঃ

চলিত বৰ্ষতে লখিমপুৰ মেডিকেল কলেজত হ’ব নামভৰ্তিঃ

২০২২ চনৰ জুন মাহত সমগ্ৰ অসমতে মুলি হ’ব ১৩ খনকৈ কেন্সাৰ হস্পিতেল:মুখ্যমন্ত্রী   ধেমার্জিত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত অংশগ্ৰহণ কৰি আজি বিয়লি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ মেডিকেল কলেজ পৰিদৰ্শন কৰে। নতুন মেডিকেল কলেজ প্রাঙ্গনত তেওঁ এজোপা গছপুলি ৰূপণ কৰি সভাকক্ষত উপস্থিত হৈ চিকিৎসক, নাৰ্চ, অধীক্ষকৰ লগত এখন বৈঠকত

কলিয়াবৰৰ জগদম্বা চাহ বাগিচাত কৰম পূজা উদযাপন

কলিয়াবৰৰ জগদম্বা চাহ বাগিচাত কৰম পূজা উদযাপন

কলিয়াবৰৰ জগদম্বা চাহ বাগিচাত কুঠৰী আঞ্চলিক চাহ জনজাতি উন্নয়ন সমিতিয়ে বুধবাৰে নিশা উদযাপন কৰে কৰম পূজা ৷ অসম চাহ মজদুৰ সংঘ আৰু জগদম্বা চাহ বাগিছা ইউনিটৰ সহযোগত নিশা উলহ-মালহৰে উদযাপন কৰা হয় কৰম পূজা ৷ উল্লেখ্য যে, চাহ জনগোষ্ঠীয় তথা আদিবাসী লোক সকলে আদিবাসী লোকসকলৰ পৰম্পৰা অনুসৰি এই কৰম পূজা

By election : শীঘ্ৰেই নিৰ্ণয় হ’ব ইউ পি পি এলৰ প্ৰাৰ্থী

By election : শীঘ্ৰেই নিৰ্ণয় হ’ব ইউ পি পি এলৰ প্ৰাৰ্থী

ৰাজ্যৰ সমাগত উপ নিৰ্বাচনকলৈ ইউ পি পি এলে দলীয় প্ৰাৰ্থী বাচনিৰ বাবে দলৰ জ্যেষ্ঠ নেতা তথা বিটিআৰৰ উপমুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীৰ নেতৃত্বত পাঁচ জনীয়া এটি সমিতি গঠন কৰি দিছে ৷ বৃহস্পতিবাৰে কোকৰাঝাৰৰ নিকটৱৰ্তী চান্দামাৰীস্থিত বডৌফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ইউ পি পি এলৰ কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে সমিতিখন গঠন কৰা

উপ-নিৰ্বাচন : লুৰিণ-ভূপেনৰ আলোচনা, শুকুৰবাৰে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক

উপ-নিৰ্বাচন : লুৰিণ-ভূপেনৰ আলোচনা, শুকুৰবাৰে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক

 ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব লগীয়া পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰিবলৈ কাইলৈ অৰ্থাৎ শুকুৰবাৰে অনুষ্ঠিত হ’ব কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ বৈঠক । নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসমৰ দায়িত্বত থকা দলৰ কেন্দ্ৰীয় তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া এই বৈঠক হ’ব তিনি তৰপীয়া । দিনৰ ১১.৩০ বজাৰ

Ezhotou Keyho Crowned Miss Phek 2021

Ezhotou Keyho Crowned Miss Phek 2021

Ezhotou Keyho bagged the Miss Phek 2021 title. Lovi Jidoji was declared 1st runner-up and Venulu Neinu the 2nd runner up at the Miss Phek 2021 Beauty Pageant held at Phek Town Hall on September 28, 2021. The event was organized by Vogue Entertainment Nagaland in collaboration with Phek Town