Month: September 2021

কিন্নৰৰ ছিণ্ডিকেট বন্ধ কৰিবলৈ শীঘ্রে টাস্ক ফ’ৰ্চ

কিন্নৰৰ ছিণ্ডিকেট বন্ধ কৰিবলৈ শীঘ্রে টাস্ক ফ’ৰ্চ

 ৰাজ্যত পাঁচ সহস্রাধিক ভুৱা কিন্নৰ আছে৷ ইয়াৰে প্রায় ৮০০ কিন্নৰে গুৱাহাটীৰ বিভিন্ন স্থানত আশ্রয় লৈ ছিণ্ডিকেটৰাজ চলাই আছে৷ বিভিন্ন প্রান্তৰ পৰা অহা ভুৱা কিন্নৰক লৈ একাংশই ছিণ্ডিকেটৰাজ চলাই বিভিন্ন অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে৷ সেয়েহে ভুৱা কিন্নৰৰ ছিণ্ডিকেটৰাজৰ অৱসান ঘটাবলৈ ট্রেন্সজেণ্ডাৰ ৱেলফেয়াৰ ব’র্ডে শীর্ঘে এটা টাস্ক ফ’চ গঠন কৰিব৷ সোমবাৰে

সুদীর্ঘ ১৬ বছৰৰ পাছত অসম চুক্তিক লৈ মুখ্যমন্ত্রী পর্যায়ত বৈঠক

সুদীর্ঘ ১৬ বছৰৰ পাছত অসম চুক্তিক লৈ মুখ্যমন্ত্রী পর্যায়ত বৈঠক

৮৫৫ শ্বহীদৰ ত্যাগৰ বিনিময়ত স্বাক্ষৰিত হোৱা অসম চুক্তিৰ ৩৫ বছৰৰো অধিক সময় অতিক্রম কৰিলে৷ এক দীঘলীয়া পৰিক্রমা অতিক্রম কৰি অহা অসম চুক্তি কার্যকৰী কৰাৰ ক্ষেত্রত এতিয়াও আইনগত বাধা, কাৰিকৰী ত্রুটি তথা একাধিক অজুহাতত পিছপৰি আছে৷ অসমীয়াৰ স্বাভিমানৰ সৈতে জড়িত হৈ থকা অসম চুক্তি কার্যকৰী কৰাৰ ক্ষেত্রত ইতিমধ্যে বহু বৈঠক তথা