Month: September 2021

অসম–নাগালেণ্ড সীমান্তত  ৮ কোটিৰ হেৰ’ইনসহ ধৃত মৰিগাঁৱৰ সূৰুয আলী আটক

অসম–নাগালেণ্ড সীমান্তত ৮ কোটিৰ হেৰ’ইনসহ ধৃত মৰিগাঁৱৰ সূৰুয আলী আটক

অসম–নাগালেণ্ড সীমান্তৱর্তী এলেকাত কার্বি আংলং জিলাৰ আৰক্ষীয়ে দেওবাৰে নিচেই পুৱাৰ ভাগতে বুজন পৰিমাণৰ হেৰ’ইনসহ এজন ড্রাগ্ছ সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হৈছে৷ এই সন্দর্ভত আৰক্ষী সূত্রে লাভ কৰা তথ্য অনুসৰি, এক বিশেষ সূত্রে লাভ কৰা তথ্যৰ ভিত্তিত দেওবাৰে নিচেই পুৱাতে বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত তথা বোকাজান আৰক্ষী থানাৰ

ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰালৈ নগাঁও পৌৰসভাৰ জাননী

ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰালৈ নগাঁও পৌৰসভাৰ জাননী

ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰালৈ নগাঁও পৌৰসভাৰ জাননী | কনিষ্ঠ মহাবিদ্যালয় খনত অনুমতি অবিহনে নিৰ্মাণ কৰা অতিৰিক্ত ৩ টা মহলা ভাঙি পেলোৱাৰ নিৰ্দেশ | অসমৰ শৈক্ষিক জগতত পৰিচিতহৈ পৰা নগাঁও চহৰৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰা সম্প্ৰতি এক অভাৱনীয় বিপদৰ সন্মুখীন হৈছে। কনিষ্ঠ মহাবিদ্যালয় খনৰ অধ্যক্ষজনলৈ নগাঁও পৌৰসভাই

খটখটিত বৃহৎ পৰিমাণৰ হিৰোইন জব্দ,এখন অট’ত প্ৰায় এক কিলোগ্ৰাম হিৰোইন উদ্ধাৰ

খটখটিত বৃহৎ পৰিমাণৰ হিৰোইন জব্দ,এখন অট’ত প্ৰায় এক কিলোগ্ৰাম হিৰোইন উদ্ধাৰ

খটখটিত বৃহৎ পৰিমাণৰ হিৰোইন জব্দ,এখন অট’ত প্ৰায় এক কিলোগ্ৰাম হিৰোইন উদ্ধাৰ আজি পুৱা বোকাজান মহকুমাৰ আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত হোৱা গোপন তথ্যৰ আধাৰত এক তালাচীত জব্দ বৃহৎ পৰিমাণৰ হিৰোইন। এখন অট’ত কঢ়িয়াই আনিছিল উক্ত হিৰোইন খিনি। নাগালেণ্ডৰ পঞ্জীয়ন কৰা অট’খনত ৭৯টা চাবোনৰ বাকচত এক কিলোগ্ৰাম মাৰাত্মক হিৰোইন কঢ়িয়াই আনিছিল।

New SOP for educational institutes

New SOP for educational institutes

The Assam Government issued a new SOP for resuming the offline classes from September 6. The new SOP issued by the government stated that classes up to Class 11 will remain closed. Classes of Higher Secondary final year, degree 6th semester and Post Graduate 4th semester have been allowed to conduct from the