Month: September 2021

Assam slashes curriculum by 40 pc for class 9, 10 students

Assam slashes curriculum by 40 pc for class 9, 10 students

Assam Board of Secondary Education on Thursday announced it is reducing the syllabus for all subjects in Class 9 and 10 for the academic session 2021-22. As per a notification by The Board of Secondary Education, Assam (SEBA), “The course curriculum of each and every subject has been reduced approximately

বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ হ’ল মাজুলী-নিমাতী ফেৰী সেৱা

বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ হ’ল মাজুলী-নিমাতী ফেৰী সেৱা

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে কেইবাদিনো ধৰি মাজুলী-নিমাতী ফেৰী সেৱা বন্ধ হৈ থকাৰ পাছত অৱশেষত বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ কৰা হ’ল ফেৰী সেৱা । মাজুলী জিলা প্ৰশাসনে নিৰ্দেশমৰ্মে আৰম্ভ কৰা হৈছে ফেৰী সেৱা । বিগত দুটা দিনত ব্ৰহ্মপুত্ৰৰ জলস্তৰ কিছু পৰিমাণে হ্ৰাস পাইছে ৷ সেয়ে মাজুলী-নিমাতী ফেৰী সেৱা পুনৰ স্বাভাৱিকভাৱে

অসমত চলিব কেৱল অসমীয়াগিৰি; বঙালী ফেডাৰেশ্বনৰ বিৰুদ্ধে প্ৰতিবাদ বীৰ লাচিত সেনাৰ

অসমত চলিব কেৱল অসমীয়াগিৰি; বঙালী ফেডাৰেশ্বনৰ বিৰুদ্ধে প্ৰতিবাদ বীৰ লাচিত সেনাৰ

‘‘অসমত নচলিব বঙালীগিৰি নাইবা অন্য গিৰি ৷ অসমত চলিব কেৱল অসমীয়াগিৰি ৷’’ বঙালী ফেডাৰেশ্বনক হুংকাৰ তিতাবৰ বীৰ লাচিত সেনাৰ ৷ যাৰ বিৰুদ্ধে বুধবাৰে তিতাবৰ চহৰৰ মাজ মজিজাত প্ৰতিবাদ সাব্যস্ত কৰে তিতাবৰ শাখাৰ বীৰ লাচিত সেনাই ৷ কিছুদিন পূৰ্বে শিৱসাগৰৰ এগৰাকী বিধৱা মহিলাৰ ন্যায্য প্ৰাপ্তিৰ দাবীত মাত মাতিছিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই ৷ অভিযোগ

সোণাৰিৰ টাউকাক চাহ বাগিচাত প্ৰতিবাদ

সোণাৰিৰ টাউকাক চাহ বাগিচাত প্ৰতিবাদ

বাগিছাৰ সহকাৰী পৰিচালকে বাংলোত কাম কৰিবলৈ নি এগৰাকী নাবালিকাক ধৰ্ষণ কৰি অন্তঃসত্বা কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পাচতে বৃহস্পতিবাৰে সোণাৰিৰ টাওকাক চাহ বাগিচাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ টাওকাক চাহ বাগিচাৰ সহকাৰী পৰিচালক পংকজ হাতীবৰুৱাৰ বিৰুদ্ধে এই গুৰুতৰ অপৰাধৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি নিজৰ বাংলোত কাম কৰিবলৈ নিয়োগ কৰি

জেঠায়েকৰ পুত্র আসিক গুপ্তাই হত্যা কৰিছিল ডিম্পলক: উদ্ধাৰ মোবাইল ফোন

জেঠায়েকৰ পুত্র আসিক গুপ্তাই হত্যা কৰিছিল ডিম্পলক: উদ্ধাৰ মোবাইল ফোন

গুৱাহাটীৰ উজানবজাৰত বুধবাৰে দিন-দুপৰতে সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ নতুন মোৰ । সম্পৰ্কীয় ভাতৃয়ে হত্যা কৰিছিল কিশোৰী ডিম্পল কুমাৱতক । অৱশেষত আৰক্ষী জেৰাত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিলে হত্যাকাৰী আশিক গুপ্তাই । ডিম্পল কুমাৱতৰ জেঠায়েকৰ পুত্ৰ আশিক গুপ্তা । হত্যাকাণ্ডৰ ঘটনাটো সন্দৰ্ভত লতাশিল আৰক্ষীয়ে আশিক গুপ্তা, জিতু শৰ্মা আৰু কৰণ দাসক সোধা-পোছাৰ