The Assam State Disaster Management Authority issued COVID-19 guidelines for resuming physical classes in the state. Postgraduate, graduate and higher secondary final year students with at least one dose of vaccine will be allowed to attend physical classes. The Assam government announced that the offline classes for Class 12
Month: September 2021
The Assam State Disaster Management Authority issued COVID-19 guidelines for resuming physical classes in the state. Postgraduate, graduate and higher secondary final year students with at least one dose of vaccine will be allowed to attend physical classes. The Assam government announced that the offline classes for Class 12 to
ৰাজ্যজুৰি অব্যাহত আছে ভদীয়া বানৰ তাণ্ডৱ, দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত চৰাঞ্চলত ভদীয়া বানে চলাইছে তাণ্ডৱ, বাঘমাৰা-আলোপতিচৰ সংযোগী সদ্যব্যস্ত ৰাজপথৰ পকী কালভাৰ্ট বাঢ়নি পানীৰ সোঁতে উটুৱাই নিয়াত ব্যাহত হৈ পৰিছে যাতায়ত আৰু ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। সদ্যব্যস্ত ৰাজপথৰ পকী কালভাৰ্ট বাঢ়নি পানীৰ সোঁতে উটুৱাই নিয়াৰ ফলত ক্ৰমে আলোপতি,
সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত ৰৌতা আঞ্চলিক সমিতিৰ ৩১ আগষ্টত ৰৌতা ষ্টেচন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত এখন প্ৰতিনিধি সভা অনুষ্ঠিত হৈ যায় । এই প্ৰতিনিধি সভা উদ্বোধন কৰে কেন্দ্ৰীয় সমিতিৰ গোর্খা সন্মিলনৰ সম্পাদক লক্ষ্মী চেড়াইয়ে। ৰৌতা আঞ্চলিক গোর্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰণৱ শৰ্ম্মাৰ সভাপতিত্বত অনুষ্ঠিত
গুৱাহাটীৰ উজান বজাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ তথা জঘন্য হত্যাকাণ্ড ৷ উজান বজাৰৰ এটা ভাড়াঘৰৰ কোঠাত দুৰ্বৃত্তই নিৰ্মমভাৱে হত্যা কৰে এগৰাকী ১৪ বছৰীয়া কিশোৰীক ৷ মৃত কিশোৰীগৰাকীৰ ডিম্পল কোমাৱত বুলি জানিব পৰা হৈছে ৷ গুৱাহাটী ক্লাৱৰ এঞ্জেলছ্ অৱ গডৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী ডিম্পল ৷ ঘৰত কোনো নথকা সময়ত সংঘটিত হয়