Year: 2021

পুৰণা লাহৰিজানত ড্ৰাগছ সহ দুজনক আটক

পুৰণা লাহৰিজানত ড্ৰাগছ সহ দুজনক আটক

বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজান আৰক্ষী পহৰা চকীত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ। লাহৰিজান পহৰা আৰক্ষী চকীৰ এচ আই লুটফুৰ ৰহমানৰ নেতৃত্বত চলা আৰক্ষীৰ তালাচীত জব্দ উক্ত ড্ৰাগছ সমুহ মনিপুৰৰ পঞ্জীয়ন থকা এখন বলেৰ’ ত উদ্ধাৰ হৈছে ড্ৰাগছ সমুহ। বলেৰ’খনৰ নম্বৰ MN-01AK-4789 মনিপুৰৰ পৰা গুৱাহাটী অভিমুখী আছিল বলেৰখন 30 টা চাবোনৰ বাকচত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ লগত সংগতি ৰাখি ৰবিবাৰে BJP পাৰ্টিৰ “সেৱা আৰু সমৰ্পণ অভিযান”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ লগত সংগতি ৰাখি ৰবিবাৰে BJP পাৰ্টিৰ “সেৱা আৰু সমৰ্পণ অভিযান”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ লগত সংগতি ৰাখি ৰবিবাৰে অৰ্থাৎ ১৯-০৯-২০২১ ইং তাৰিখে ভাৰতীয় জনতা পাৰ্টিৰ “সেৱা আৰু সমৰ্পণ অভিযান” কাৰ্যসূচী অনুসৰি ভাৰতীয় জনতা যুৱ মৰ্চা বঙাইগাঁও জিলা আৰু প্ৰতিটো মণ্ডলৰ সহযোগত বঙাইগাঁও জিলাত “স্বচ্ছতা” কাৰ্যসূচী ৰূপায়ণ কৰে । কাৰ্যসূচীৰ অংশ স্বৰূপে বঙাইগাঁৱৰ বিভিন্ন স্থানত যোৱা বিশ্বকৰ্মা পূজাত ব্যৱহাৰ কৰা মুৰ্তিসমূহ

ওদালগুৰিৰ কোৰামোৰ চাহ বাগিচাত ওড়িয়া বিদ্যালয় উদ্বোধন |

ওদালগুৰিৰ কোৰামোৰ চাহ বাগিচাত ওড়িয়া বিদ্যালয় উদ্বোধন |

জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে ভাষা হৈছে মূল সম্বল | ভাষা অৱিহনে এটা জাতি সমাজত ব্ৰতী থকাটো প্ৰায় অসম্ভৱ | নিজৰ ভাষা-সষ্কৃতি জীয়াই ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যেকজন ব্যক্তিৰ দ্বায়িত্ব | অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ বাগিচা অঞ্চল সমূহতো ওড়িয়া সম্প্ৰদায়ৰ লোক বাস কৰে | এই ওড়িয়া সম্প্ৰদায়ৰ লোক সকলে নিজৰ ভাষাটোৰ বিষয়ে

ওদালগুৰিৰ ঔৰঙ্গাজুলি চাহ বাগিচাত কৰম উৎসব উদযাপন।

ওদালগুৰিৰ ঔৰঙ্গাজুলি চাহ বাগিচাত কৰম উৎসব উদযাপন।

চাহ বাগিচা অধ্যুষিত অঞ্চল সমূহত বসবাস কৰা চাহ জনজাতি লোকসকলৰ কৰম পূজা হৈছে এক প্ৰকাৰৰ এনে উৎসৱ,যত নেকি সকলো লোক ওলাই আহি এই উৎসৱত নিজৰ নিজৰ পৰম্পৰাগত নৃত্য-গীত পৰিৱেশন কৰি আনন্দত মগ্ন হোৱা পৰিলক্ষিত হয় | ওদালগুৰি জিলাৰ ঔৰঙ্গাজুলি চাহ বাগিচাত অসম চাহ জনজাতি ছাত্ৰ সন্থা গৰুৱাঝাৰ উপ-শাখা সমিতিৰ উদ্যোগত