Guwahati: Guwahati based PR agency Seven Sense Communication’s Founder and Director Subhankar Banerjee has received PRCI’s most prestigious award “Chanakya” at the 15th PRCI Global Conclave at Goa. Subhankar Banerjee is the first person to receive PRCI’s Chanakya Award from Northeast India under the age of 30. He has
Year: 2021
As the Covid-19 situation is improving in Assam, the state government announced that the physical classes for class 10 will resume on September 20 (Monday). This was stated by state education minister Dr. Ranoj Pegu on Thursday. Speaking to the media Dr. Ranoj Pegu said, “We have decided to resume
উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ নামভর্তিৰ অন্তিম দিন বৃদ্ধি কৰা হৈছে অহা ১৮ ছেপ্টেম্বৰলৈ৷ এই সন্দর্ভত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে শেহতীয়াকৈ এ এইচ এছ ই চি/আৰ এণ্ড এ/এডমিচন/২০২০/০৩/৬৫৯৬ নম্বৰৰ এক নির্দেশনা জাৰি কৰিছে৷ মূলতঃ ছাত্র–ছাত্রীসকলৰ নামভর্তি প্রক্রিয়া সুচাৰুৰূপে সম্পন্ন হোৱাৰ স্বার্থতে এই সিদ্ধান্ত লোৱা বুলি কোৱা হৈছে নির্দেশাৱলীটোত৷ ইফালে কোনো
গুৱাহাটী মহানগৰীক চুলাইমুক্ত কৰাৰ লক্ষ্যৰে আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ অন্তর্গত গুৱাহাটী সদৰৰ আটাইকেইটা আবকাৰী চক্র পৰিদর্শকৰ কার্যালয়ে বিগত সময়ছোৱাত চুলাই মদৰ উপৰি দেশী–বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে৷ আনহাতে কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ–আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নির্দেশত গুৱাহাটী সদৰৰ আটাইকেইটা আবকাৰী চক্রই
পৰিৱেশ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰৰ বন বিভাগে বনাঞ্চলত বেদখল উচ্ছেদ অভিযান, উচ্ছেদিত স্থানত গছপুলি ৰোপণকে ধৰি কেতবোৰ বিশেষ ব্যৱস্থা গ্রহণ কৰা সত্ত্বেও একাংশ লোকে ৰাজ্যৰ আন বনাঞ্চলৰ লগতে গুৱাহাটী মহানগৰীতো বিভিন্ন কূটকৌশল অৱলম্বন কৰি বনাঞ্চলৰ মাটি বেদখল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ অৱশ্যে শেহতীয়াভাৱে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যৰ সকলো