খটখটিত বৃহৎ পৰিমাণৰ হিৰোইন জব্দ,এখন অট’ত প্ৰায় এক কিলোগ্ৰাম হিৰোইন উদ্ধাৰ আজি পুৱা বোকাজান মহকুমাৰ আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত হোৱা গোপন তথ্যৰ আধাৰত এক তালাচীত জব্দ বৃহৎ পৰিমাণৰ হিৰোইন। এখন অট’ত কঢ়িয়াই আনিছিল উক্ত হিৰোইন খিনি। নাগালেণ্ডৰ পঞ্জীয়ন কৰা অট’খনত ৭৯টা চাবোনৰ বাকচত এক কিলোগ্ৰাম মাৰাত্মক হিৰোইন কঢ়িয়াই আনিছিল।
Year: 2021
The Assam Government issued a new SOP for resuming the offline classes from September 6. The new SOP issued by the government stated that classes up to Class 11 will remain closed. Classes of Higher Secondary final year, degree 6th semester and Post Graduate 4th semester have been allowed to conduct from the
হোজাই জিলাৰ লংকাৰ পিপলপুখুৰীত শৃংখল চলিহাৰ প্ৰসংগক লৈ দুই ফৈদৰ মাজত মাৰপিট ৷ মা কালী হোটেলৰ সম্মুখত সূত্ৰপাত হয় এই কাজিয়াৰ ৷ পৰস্পৰে পৰস্পৰক আক্ৰমণ কৰাত আহত দুই পক্ষৰ কেইবাজনো লোক ৷ ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা উদালিৰ আইনুল হক আৰু ৰুহুল ইছলাম নামৰ দুজন লোকক হাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়
ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ লগে লগে 6 ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পর্যায়ক্ৰমে খুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা প্ৰদান কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে ৷ যিসমূহ জিলাত ক’ভিড আক্ৰান্তৰ হাৰ 2 শতাংশৰ তললৈ হ্ৰাস পাইছে সেই জিলাসমূহত দ্বাদশ, স্নাতক চূড়ান্ত বর্ষ আৰু স্নাতকোত্তৰ
ৰাষ্ট্রীয় যক্ষ্মা দুৰীকৰণ আঁচনিৰ অধীনত বিহালী যক্ষ্মা গোটৰ সৌজন্যত আজি যক্ষ্মা সজাগতা সভা অনুষ্ঠিত হয় !মহকুমা স্বাস্হ্য ওচিকিৎসা বিষয়া ডা.যোগেন চন্দ্র বে ৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাৰ আঁত ধৰে বিহালী খণ্ড প্রাথমিক স্বাস্হ্য কেন্দ্রৰ যক্ষ্মা গোটৰ জেষ্ঠ নিৰিক্ষক অভিজিত বৰুৱাই !বৰুৱাই যক্ষ্মা নির্মুলকৰণ আঁচনি চৰকাৰী ব্যৱস্হা আৰু জনসাধাৰণৰ সজাগতা সম্পর্কত