On the possibility of the West Bengal chief minister likely to visit Assam, Chief Minister Himanta Biswa Sarma on Sunday said that he would roll out a red carpet welcome
Year: 2021
শুকুৰবাৰে লখিমপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ এনএইচপিচিৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে সংগঠনটো ৷ উল্লেখযোগ্য যে, দীৰ্ঘ দিনৰ পৰা সংগঠনটোৱে এনএইচপিচিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে ৰাইজৰ সহযোগত
অন্ত পৰিল এক প্রচুৰ সম্ভাৱনাৰ৷ দাওদাওকৈ জ্বলি উঠিল চিতাৰ অগ্ণিশিখা৷ সপোনবোৰ সপোন হৈয়ে ৰ’ল৷ ঢ়কুৱাখনাৰ চিৰপ্রবহমান চাৰিকডীয়া নৈৰ পাৰৰ ৰাজহুৱা শ্মশানত জ্বলি উঠা চিতাৰ জুই দেখি ৰ’ব নোৱাৰিলে তেওঁৰ পৰিয়াল,
সদৌ অসম মটৰ পৰিবহণ সংস্থাই ঘোষণা কৰিলেও ৰাজ্যত বাছভাৰা পুনৰ বৃদ্ধি কৰিবলৈ দিয়া নহ’ব বুলি সদৰী কৰিছে পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি পৰিবহণ মন্ত্রীজনে কয়
প্ৰথমে ধৰ্ষণ, তাৰ পিছত চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰা হৈছিল এগৰাকী কিশোৰীক । সোণাৰীৰ টিঙালীবাম চাহ বাগিচাৰ ছয় বছৰীয়া কিশোৰী গৰাকীৰ হত্যাকাণ্ডত জড়িত অপৰাধীয়ে আগবাঢ়াইছে এই বিস্ফোৰক ভাষ্য ।