আতংকিতহৈ পৰিছে স্থানীয় ৰাইজ দুলীয়াজানত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বাসগৃহৰ সমীপৰ জাগুন পথাৰ গাঁৱত অইল ইণ্ডিয়া লিমিটেডৰ এডাল তেল পৰিবাহী পাইপলাইনত ভয়াৱহ গতিত খাৰুৱা তেল নিৰ্গমণ ঘটনা সংঘটিত হৈছে । প্ৰাপ্ত বাতৰি মতে অইল ইণ্ডিয়া লিমিটেডৰ বিভাগীয় একাংশ বিষয়া-কৰ্মচাৰীৰ দায়িত্বজ্ঞানহীনতা তথা সোপাঢিলা স্বৰূপৰ বাবেই বিগত কেইবাদিনোধৰি উক্ত পাইপডাল
Year: 2021
ৰাজ্যত হ’বলগীয়া কেইবাখনো আসনৰ আসন্ন উপ–নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক সমীকৰণ চলি থকাৰ মাজতে মঙলবাৰে একপ্রকাৰ বিস্ফোৰণ ঘটাইছে কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়াই৷ মঙলবাৰে নতুন দিল্লীৰ পৰা ‘নিয়মীয়া বার্তা’ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সাংসদগৰাকীয়ে কেইবাটাও গুৰুত্বপূর্ণ মন্তব্য কৰে৷ ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে মমতা বেনার্জীক সাক্ষাৎ কৰা সন্দর্ভত শৰণীয়াই কয়
নামভর্তিক লৈ হাৰাশাস্তিৰ সন্মুখীন হ’ব নেকি শিক্ষার্থী? ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল বিকল্প মূল্যায়ন পদ্ধতিৰে ঘোষণা কৰা হৈছে৷ যাৰ ফলত ৰাজ্যত মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত উত্তীর্ণৰ হাৰ বিগত বর্ষসমূহৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে৷ সেয়েহে আগন্তুক শিক্ষাবর্ষত একাদশ আৰু স্নাতক শাখাত নামভর্তিৰ ক্ষেত্রত
কামৰূপৰ সমাজ কল্যাণ বিষয়াগৰাকীৰ বিৰূদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ বিশেষ টেট অনুষ্ঠিত কৰি প্ৰতিবন্ধী লোকক শিক্ষক পদত নিযুক্তিৰ দাবী প্ৰতিবন্ধী সুৰক্ষা সংস্হা অসমৰ ৰাজ্যত উচ্চতৰ মাধ্যমিক আৰু স্নাতক মহলাত নতুনকৈ হবলগীয়া নামভৰ্তিত প্ৰতিখন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ লগতে চিকিৎসা তথা কাৰিকৰী মহাবিদ্যালয় সমুহত প্ৰতিবন্ধী আইন ২০১৬ৰ ৩২নং দফা অনুসৰি ৫শতাংশ হাৰত আসন
Kaziranga National Park (KNP) has become the first National Park in the country to have been equipped with satellite phones. 10 satellite phones were handed over to the forest personnel by Chief Secretary, Jisnu Barua and they have been activated. The decision to arm the forest personnel of the park