Year: 2021

জিলা পৰিবহণ বিষয়াৰ কার্যালয়ৰ বিশেষ পদক্ষেপঃ দ্বাদশ উত্তীর্ণ শিক্ষার্থীৰ গাড়ীচালনাৰ প্রশিক্ষণ আৰম্ভ

জিলা পৰিবহণ বিষয়াৰ কার্যালয়ৰ বিশেষ পদক্ষেপঃ দ্বাদশ উত্তীর্ণ শিক্ষার্থীৰ গাড়ীচালনাৰ প্রশিক্ষণ আৰম্ভ

অসম চৰকাৰৰ পৰিবহণ বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞা) কার্যালয়ে চৌহদত থকা বাহন নির্মাতা কোম্পানী হোণ্ডা ড্রাইভিং এডুকেচন চেণ্টাৰৰ সহযোগত ৰাজ্যৰ ভিতৰতে প্রথমবাৰৰ বাবে এইবেলি ২০২১বর্ষত উচ্চতৰ মাধ্যমিক বা দ্বাদশ শ্রেণীৰ পৰীক্ষাত উত্তীর্ণ আৰু ১৮ বছৰ সম্পূর্ণ হোৱা শিক্ষার্থীসকলক বাহন চালনা, পথ সুৰক্ষাৰ প্রশিক্ষণ

লাভলীনাক উৎসাহ জনাই অসম চৰকাৰৰ বন্তি প্ৰজ্বলন

লাভলীনাক উৎসাহ জনাই অসম চৰকাৰৰ বন্তি প্ৰজ্বলন

টকিঅ’ অলিম্পিকৰ  বক্সিং ৰিঙত বুধবাৰে ছেমি ফাইনেলত নামিব অসম কন্যা বক্সাৰ লাভলীনা বৰগোঁহাই।অসম কন্যাৰ জয়ৰ কামনাৰে গুৱাহাটীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী বিমল বৰাই প্ৰজ্বলন কৰিলে বন্তি।নেহেৰু ষ্টেডিয়ামত লাভলীনাৰ  সফলতা কামনাৰে অনুষ্ঠিত কৰা  বন্তি প্ৰজ্বলন কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী পিযুষ হাজৰিকাও। আনহাতে অসম বিধানসভাৰ বাজেট অধিৱেশন বুধবাৰে ১১বজাৰ

প্রথম পর্যায়ত বেটেলিয়নত ১৫ হাজাৰক নিযুক্তি

প্রথম পর্যায়ত বেটেলিয়নত ১৫ হাজাৰক নিযুক্তি

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে তিনি মাহ সম্পূর্ণ নৌহওঁতেই নিবনুৱাসকলৰ বাবে আন এটি আশাৰ বতৰা কঢ়িয়াই আনিছে৷ নির্বাচনী প্রতিশ্রুতি অনুসৰি, এক লাখ পদত নিযুক্তি প্রক্রিয়াৰ কাম–কাজ আৰম্ভ কৰিছে চৰকাৰখনে৷ সোমবাৰে এই সন্দর্ভত বিত্তমন্ত্রী অজন্তা নেওগে জানিবলৈ দিয়া অনুসৰি, বিভিন্ন বিভাগে দাখিল কৰা প্রতিবেদনৰ ভিত্তিত চৰকাৰে এক লাখ

Rs. 2 lakh reward for information on Lafiqul’s assailants

Rs. 2 lakh reward for information on Lafiqul’s assailants

The Central Bureau of Investigation (CBI) on Monday released photographs of three youths– Rupa Brahma, Dingkur Mushahary and Bhadreswar Basumatari who murdered All Bodoland Minority Student Union (ABMSU) leader Lafikul Islam in Kokrajhar. According to the CBI, the assailants are currently on the run and CBI has released images of