১৪৪ধাৰাৰ অধীনত জাৰি কৰা হৈছে নিষেধাজ্ঞা, কামৰূপ জিলাত নিষিদ্ধ জৰ্দা,পাণমচলা,গুটখা শিখৰ , জিলা উপায়ুক্ত কৈলাস কাৰ্তিকে নিষিদ্ধ কৰিছে পাণমচলা,গুটখা আদি বিক্ৰী মজুতকৰণ, কামৰূপ জিলাত জৰুৰী নিৰ্দেশনা প্ৰশাসনৰ
Year: 2021
গুলীবিদ্ধ পাঠা। মৰিগাঁৱৰ ভোৰাগাঁৱৰ ৯ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰা ৬৫ বছৰীয়া অপৰাধী চৈয়দ আলি ওৰফে পাঠা পুৱতি নিশা গুলীবিদ্ধ । মৰিগাঁও আৰক্ষীয়ে অপৰাধীজনক ভোৰাগাঁৱৰ বালিডোঙাত ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে লৈ গৈ থাকোঁতে পলাবলৈ চেষ্টা কৰে আৰু আৰক্ষীয়ে গুলী চালনা কৰে । দুয়োটা আঠুঁতে গুলী লগা পাঠাক GMCH ত ভৰ্তি।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ মূল্যাংকন নিৰূপণ কৰিছে উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে। শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে আজি সংবাদমেল সম্বোধন কৰা অনুসৰি ফলাফলৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত ৪০ শতাংশ নম্বৰ নৱম শ্ৰেণীৰ, ৪০ শতাংশ দশম শ্ৰেণীৰ আৰু ২০ শতাংশ এছাইনমেণ্ট, উপস্থিতিৰ পৰা লোৱা হ’ব। ৩১ জুলাইৰ ভিতৰত ঘোষণা কৰা হ’ব ফলাফল। কোনো ছাত্ৰ-ছাত্ৰীয়ে ফলাফলত সন্তুষ্ট
ডিব্ৰুগড় জিলাৰ জকাই পুৰণি বলাই গাঁৱৰ এগৰাকী ২৫ বছৰীয়া বিবাহিত মহিলাক অপহৰণ কৰিব আহি আৰক্ষী হাতত ধৰা পৰে দিল্লী এজন যুৱক। যুৱক জনৰ নাম অজিত ৰাজপাল। জানিব পৰামতে কিছুদিন পূৰ্বে নাৰীসৰবৰাহকাৰী ৪১বছৰীয়া অজিত ৰাজপালে ম’বাইলৰ যোগেদি ভিডিঅ’ কল কৰি বোৱাৰী গৰাকীৰ সৈতে চিনাকী হোৱা পিছতে আজি হঠাৎ ডিব্ৰুগড়ৰ মোহনবাৰী বিমান
নিষিদ্ধ ড্রাগ্ছৰ বিৰুদ্ধে অব্যাহত আছে মহানগৰ আৰক্ষীৰ অভিযান৷ মহানগৰীৰ বশিষ্ঠ আৰক্ষীয়ে বুধবাৰে কেন্দ্রীয় কাৰাগাৰৰ সমীপত অভিযান চলাই ড্রাগ্ছ মাফিয়া মিথিংগা বসুমতাৰীক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে ধৃত ড্রাগ্ছ মাফিয়াৰ পৰা ড্রাগ্ছভর্তি শতাধিক প্লাষ্টিকৰ কণ্টেইনাৰ উদ্ধাৰ কৰাৰ লগতে কিছু নগদ ধন আৰু ড্রাগ্ছ সৰবৰাহত ব্যৱহাৰ কৰা এ এছ ০১ ই জে–৮৭৩৫ নম্বৰৰ এখন