The Sikkim government has imposed lockdown-like restrictions till May 16 as per an official order issued on Wednesday. The restrictions, which include the imposition of prohibitory orders under Section 144 of the CRPC, will come into effect on Thursday, it said. Rangpo, Melli, and Ramam borders will be sealed and
Year: 2021
Popular singer Zubeen Garg has proposed the Assam Government to convert his 2-storeyed house into a COVID Care Centre. The announcement was made by Zubeen Garg’s wife – Garima Saikia Garg. Garima Saikia took her Instagram to handle and wrote in Assamese- She said: “On behalf of Brindaban Supermart we
প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ ব্যক্তিক ক’ভিড ভেকচিন দিয়াৰ যি ঘোষণা কৰিছিল সেয়া বুধবাৰৰ পৰা অসমত শুভাৰম্ভ হয়৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত বুধবাৰে গুৱাহাটী প্রেছ ক্লাবত ১০০গৰাকী সাংবাদিক আৰু জি এম চি এইচত বিশেষভাৱে সক্ষম লোকক ভেকচিন প্রদান কৰা হয়৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে ৪৫
অসম বিধানসভালৈ নতুনকৈ নির্বাচিত হোৱা ১২৬জন বিধায়কৰ ভিতৰত ৮৫ জনপ্রতিনিধয়েই হৈছে কোটিপতি৷ বিগত নির্বাচনৰ তুলনাত কোটিপতি বিধায়কৰ সংখ্যা এইবাৰ ১০ শতাংশ বৃদ্ধি পাইছে৷ ২০১৬ চনত নির্বাচিত হোৱা বিধায়কসকলৰ ৭২জন আছিল কোটিপতি৷ এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফ’মছ (এ ডি আৰ) নামৰ সংস্থাটোৱে প্রকাশ কৰা তথ্য অনুসৰি নৱনির্বাচিত বিধায়কসকলৰ ভিতৰত বিজেপিৰ ৪৩জন কোটিপতি৷
ক’ভিড–১৯ৰ দ্বিতীয় ঢ়ৌৱে দেশজুৰি ত্রাস সৃষ্টি কৰিছে৷ সমগ্র দেশৰ লগতে অসমতো ক’ভিডত আক্রান্ত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাব ধৰিছে৷ ৰাজ্যৰ ভিতৰতে গুৱাহাটী মহানগৰীত ক’ৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ যোৱা ২৮ এপ্রিলৰ পৰা চাৰি মে’লৈকে গুৱাহাটী মহানগৰীত মুঠ ৯,০২১জন লোক ক’ভিডত আক্রান্ত হৈছে৷ ক’ভিডৰ ভয়াৱহতা আৰু সংক্রমণ ৰোধৰ বাবে গুৱাহাটীৰ তিনিটা