Year: 2021

দেশত ক’ৰোনাঃ মাস্ক নিপিন্ধাৰ বাবদ মাত্ৰ দুটা দিনত জৰিমনা সংগ্ৰহ ৬০ লাখ

দেশত ক’ৰোনাঃ মাস্ক নিপিন্ধাৰ বাবদ মাত্ৰ দুটা দিনত জৰিমনা সংগ্ৰহ ৬০ লাখ

 মহাৰাষ্ট্ৰত ক’ৰোনাৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ মুম্বাই চৰকাৰেও কঠোৰ হৈছে নাগৰিকৰ ক’ভিড-১৯ সজাগতাক লৈ। অমৰাৱতীত লকডাউন দিয়াকে ধৰি এতিয়া মাস্ক নিপিন্ধা লোকৰ ক্ষেত্ৰত জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে। বিএমচিয়ে কালি এক সংবাদ বিবৃতিত জানিবলৈ দিয়ে যে যোৱা দেওবাৰে ১৪,১০০ গৰাকী লোকক জৰিমনা বিহি ২৮ লাখ টকা সংগ্ৰহ কৰাৰ লগতে শনিবাৰে