Year: 2021

অসমৰ এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক সৰু সৰু কাপোৰ পিন্ধাই গা ধুৱাই ম’বাইলত মৰা হয় ফটো

অসমৰ এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক সৰু সৰু কাপোৰ পিন্ধাই গা ধুৱাই ম’বাইলত মৰা হয় ফটো

এখন আজৱ বিদ্যালয়ৰ আজৱ কাহিনী ৷ এই আজৱ বিদ্যালয় আছে ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াত ৷ লাহোৱাল শিক্ষাখণ্ড অন্তৰ্গত থানাই মধ্য ইংৰাজী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলে আৰু অভিভাৱক সকলে গুৰুত্ব অভিযোগ দিছে এই

২৪ ফেব্ৰুৱাৰীত অসমলৈ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

২৪ ফেব্ৰুৱাৰীত অসমলৈ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী

কংগ্ৰেছ দলে অসমত আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ ৷ ১৪ ফেব্ৰুৱাৰীত ৰাহুল গান্ধীয়ে নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যৰ আৰম্ভণি কৰাৰ পিছত লাভ কৰা খবৰ অনুসৰি অহা ২৪ ফেব্ৰুৱাৰীত কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধী অসমলৈ আহিব

ঘৰুৱা–বাণিজ্যিক বিদ্যুতৰ মাচুল প্রতি ইউনিটত ২০ পইচাকৈ হ্রাস

ঘৰুৱা–বাণিজ্যিক বিদ্যুতৰ মাচুল প্রতি ইউনিটত ২০ পইচাকৈ হ্রাস

নির্বাচনৰ পূর্বে ৰাজ্যবাসীলৈ এক বৃহৎ সকাহ আগবঢ়াইছে অসম চৰকাৰে৷ জানুৱাৰীৰ পৰা মার্চ মাহ পর্যন্ত প্রতিটো পৰিয়ালে ৩০ ইউনিটকৈ বিজুলী বিনামূলীয়াকৈ লাভ কৰাৰ পাছত এপ্রিলৰ পৰা হ্রাস পাব বিদ্যুৎ মাচুল৷ অসম

২০২২ত মহানগৰীৰ প্রতি ঘৰে পাব বিশুদ্ধ খোৱাপানী

২০২২ত মহানগৰীৰ প্রতি ঘৰে পাব বিশুদ্ধ খোৱাপানী

ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ বাসিন্দাসকলক বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্যৰে আৰম্ভ কৰা প্রকল্পৰ কাম সম্পূর্ণ কৰাৰ সময় এতিয়াও সঠিকভাৱে নিৰূপণ কৰিব পৰা নাই চৰকাৰে৷ ২০১১ চনতে জাপানৰ প্রতিষ্ঠান জাইকাৰ সহযোগত আৰম্ভ