উপৰিপুৰুষৰ পূজা টাই আহোমসকলৰ এক পৰম্পৰা। মৃতকৰ স্মৃতিচাৰণ কৰি আহোমসকলে অতীজৰে পৰা পূজা অৰ্চনা কৰি আহিছে। এনে এক পৰম্পৰাই হৈছে মে-ডাম-মে-ফী। টাই আহোমসকলে পূৰ্বপুৰুষৰ মৃতকসকলক ৩১ জানুৱাৰী বৃহস্পতিবাৰে সমূহীয়কৈ পূজা-অৰ্চনা কৰি জাতিটোৰ লগতে ৰাজ্য আৰু দেশৰ মংগল কামনা কৰে। দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে মে-ডাম-মে-ফী। শদিয়াৰ মে-ডাম-মে-ফী অনুষ্ঠানত অংশ
Year: 2021
Guwahati: Bollywood Actress Shruti Haasan is allegedly dating Santanu Hazarika, a doodle artist and illustrator from Guwahati in Assam. The Bollywood actress celebrated her 35th birthday with Hazarika and her friends in Mumbai. The couple posted several photos from the day on social media. Co-founder of Gauhati Art Project (GAP).
বিয়াত বহিব অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া! আয়তীৰ উৰুলিৰে মুখৰিত হ’ব ৰভাতলী। ২২ ফেব্ৰুৱাৰীত অভিনেত্ৰীগৰাকীৰ বিয়া বুলি জানিব পৰা গৈছে। পিছে এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীৰ ঘৰৰ পৰিয়ালৰ ফালৰ একো আনুষ্ঠানিক ঘোষণা কৰা নাই।জানিব পৰা মতে, দৰা যোৰহাটৰ, নাম ভাস্কৰ বৰুৱা । পছাত এজন শিক্ষক। অভিনেত্ৰী গৰাকীৰ পূৰ্বৰ স্বামী মৃত্যুমুখত পৰিছিল।
বিয়াত বহিব অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া! আয়তীৰ উৰুলিৰে মুখৰিত হ’ব ৰভাতলী। ২২ ফেব্ৰুৱাৰীত অভিনেত্ৰীগৰাকীৰ বিয়া বুলি জানিব পৰা গৈছে। পিছে এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীৰ ঘৰৰ পৰিয়ালৰ ফালৰ একো আনুষ্ঠানিক ঘোষণা কৰা নাই।জানিব পৰা মতে, দৰা যোৰহাটৰ, নাম ভাস্কৰ বৰুৱা । পেছাত এজন শিক্ষক। অভিনেত্ৰী গৰাকীৰ পূৰ্বৰ স্বামী মৃত্যুমুখত পৰিছিল।
ডাঙৰ পৰ্দাত আহি আছে ৰামায়ণ। বাজেট ৩০০ কোটি। প্রযোজক মধু মণ্টেনা। মণ্টেনাই তেওঁৰ সপোনৰ ছবিৰ কাম আৰম্ভ কৰিবলৈ সাজু হৈছে বুলি জানিব পৰা গৈছে। কিন্তু নতুন এই ৰামায়ণৰ মুখ্য চৰিত্ৰত কোনে কোনে অভিনয় কৰিব জানেনে? এইপর্যন্ত পোৱা খবৰ মতে ৰাম আৰু সীতাৰ চৰিত্র ৰূপায়ণ কৰিব অভিনেতা-অভিনেত্রী ক্ৰমে হৃত্বিক ৰোচন আৰু