Year: 2021

গ্ৰেপ্তাৰ হ’ব নেকি একালৰ মহাপ্ৰতাপী হাগ্ৰামা মহিলাৰী ?

গ্ৰেপ্তাৰ হ’ব নেকি একালৰ মহাপ্ৰতাপী হাগ্ৰামা মহিলাৰী ?

কথাতে কয় নহয় বোলে, একালৰ বৃন্দাবন একালত পৰে চন । ঠিক এনে দশাই হৈছে এতিয়া একালৰ মহাপ্ৰতাপী ৰাজনৈতিক নেতা, বি টি চিৰ প্ৰাক্তন মুৰব্বী তথা বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ । যিকোনো মুহূৰ্ততে “নিয়া”ই ধৰি বান্ধি গ্ৰেপ্তাৰ কৰি নিয়াৰ আশংকাত সম্প্ৰতি পেটতে হাত ভৰি লুকুৱাৰ অৱস্থা হৈছে বাহুবলী নেতা

বৰমাত অনলাইনযোগে টাইকোৱানডো প্ৰশিক্ষণ: খেলুৱৈক প্ৰমাণপত্ৰ বিতৰণ

বৰমাত অনলাইনযোগে টাইকোৱানডো প্ৰশিক্ষণ: খেলুৱৈক প্ৰমাণপত্ৰ বিতৰণ

ক’ভিড-১৯ মহামাৰীৰ বাবে লকডাউন জাৰি কৰাৰ সময়ত আন বিভিন্ন ক্ষেত্ৰৰ সমান্তৰালকৈ ক্ৰীড়া ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল । কিন্তু মহামাৰীসৃষ্ট পৰিৱেশত একাংশ খেলুৱৈ শাৰীৰিক আৰু মানসিকভাৱেও ভাঙি পৰিছিল । উক্ত সময়চোৱাত ক্ৰীড়া ক্ষেত্ৰৰে জড়িত সংগঠনসমূহে খেলুৱৈসকলক উৎসাহিত কৰাৰ বাবে অনলাইনযোগে বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিছিল । সেয়ে, বড়োলেণ্ড টাইকোৱানডো এছ’চিয়েছনৰ

জোচেফ মাৰাকৰ মৃত্যু : কিমান দিন কাৰাবাস হ’ব ৰাজকন্যা বৰুৱাৰ ?

জোচেফ মাৰাকৰ মৃত্যু : কিমান দিন কাৰাবাস হ’ব ৰাজকন্যা বৰুৱাৰ ?

সুৰাৰ ৰাগীত মাতাল মডেল ৰাজকন্যাই ঘূণীয়া কৰা জোচেফ মাৰাকৰ মৃত্যু ৷ ৰুক্মিনীগাঁৱৰ হিট এণ্ড ৰাণ গোচৰত দুয়োখন ভৰি হেৰুৱাই চিকিৎসাধীন হৈ আছিল ৷ কিন্তু শেহতীয়াকৈ মৃত্যুমুখত পৰে জোচেফ মাৰাক ৷ এই ঘটনা সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে কৰিছে কেতবোৰ মন্তব্য ৷ আইনৰ ধাৰা অনুসৰি 7 বছৰৰ পৰা দহ

শিলচৰ বিমানবন্দৰ জৰুৰীকালীন অৱতৰণ এয়াৰ ইণ্ডিয়াৰ বিমান

শিলচৰ বিমানবন্দৰ জৰুৰীকালীন অৱতৰণ এয়াৰ ইণ্ডিয়াৰ বিমান

শিলচৰ বিমানবন্দৰত যাত্ৰীসকলৰ মাজত বুধবাৰে সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতিৰ ৷ পুৱা শিলচৰ বিমানবন্দৰ পৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমান কলকাতাৰ উদ্দেশ্যে উৰা মাৰিছিল ৷ কিন্তু আকাশলৈ উৰা মৰাৰ পিছতে বিমানখনত হঠাতে যান্ত্ৰিক বিজুতিয়ে দেখা দিয়ে ৷ ইয়াৰ পাছতেই পাইলটে তৎকালীনভাবে বিমানখন পুনৰ শিলচৰ বিমানবন্দৰত অৱতৰণ কৰায় ৷ যাৰ বাবে এক