Year: 2021

কাকৈজানা অভয়াৰণ্যৰ সমীপত তীব্ৰবেগী বাহনে খুন্দিয়ালে সোণালী বান্দৰ; থিতাতে নিহত সোণালী বান্দৰ

কাকৈজানা অভয়াৰণ্যৰ সমীপত তীব্ৰবেগী বাহনে খুন্দিয়ালে সোণালী বান্দৰ; থিতাতে নিহত সোণালী বান্দৰ

  আব্দুল লতিফ সোণালী বান্দৰৰ ৰম্যভুমি কাকৈজানা অভয়াৰণ্যৰ নাতিদূৰৈত কাকৈজানা শিৱ মন্দিৰৰ সন্মুখত আজি ৰাতিপুৱা আনুমানিক ১১ঃ২৫ বজাত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় । যাৰ ফলত কৰুণ মৃত্যুক সাবতি লবলগীয়া হয় বিশ্ব বিৰল দুষ্প্ৰাপ্য সোনালী বান্দৰ । উল্লেখযোগ্য যে গুৱাহাটীৰ পৰা বৰপেটা হৈ ধুবুৰী সংযোগী ১১৭ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা