অহা ৩০ অক্টোবৰত ৰাজ্যৰ গোসাঁইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু থাওৰা বিধানসভা সমষ্টিৰ উপ–নির্বাচন অনুষ্ঠিত হ’ব৷ উপ–নির্বাচনৰ পৰিপ্রেক্ষিতত ৰাজ্য চৰকাৰে ভোটগ্রহণৰ দিনটো উক্ত পাঁচ সমষ্টিত স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে৷ জনসাধাৰণৰ ভোটদানৰ সুবিধার্থে চৰকাৰে সমষ্টিকেইটাত সেই দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰে৷ সেইদিনা চৰকাৰী–বেচৰকাৰী কার্যালয়, শিক্ষানুষ্ঠানৰ লগতে কল–কাৰখানা, চাহ
Year: 2021
লখিমপুৰবাসীৰ বাবে এক সু-খবৰ ৷ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ’ল লখিমপুৰৰ মাইনা চুতীয়াই । মাত্ৰ ৩০ ছেকেণ্ডত ১৬২ টা ইংৰাজী শব্দ পঢ়ি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত স্থান অধিকাৰ কৰিলে যুৱতীগৰাকীয়ে ৷ মাইনা চুতীয়া ঘূনাসূঁতিৰ কৃষ্ণপুৰ গাঁও নিবাসী ভাইটি চুতীয়া আৰু মামণি চুতীয়াৰ কন্যা । লখিমপুৰ বালিকা
গুৱাহাটী মহানগৰীৰ বেলতলাত সংঘটিত নৃশংস হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে । ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত তিনি গৰাকী লোকক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ ঘটনা সন্দৰ্ভত মুখ খোলা নাই আৰক্ষীয়ে । চি আই ডি, ক্ৰাইম ব্ৰাঞ্চ, ফৰেনচিকৰ দল ঘটনাস্থলীত উপস্থিত হৈ স্নীফাৰ ড’গ লগত লৈ ঘটনাৰ সূত্ৰ বিচাৰি
ছমহীয়া পৰীক্ষাত অনুপস্থিত থকা তথা অৱতীর্ণ নোহোৱা দশম শ্রেণীৰ ছাত্র–ছাত্রীসকলে আগন্তুক ২০২২ বর্ষৰ হাইস্কুল–হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষাত বহিব নোৱাৰিব৷ মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ সচিব সুৰঞ্জনা সেনাপতিয়ে এই সন্দর্ভত জাৰি কৰা এক গুৰুত্বপূর্ণ নির্দেশত এই কথা স্পষ্ট কৰি দিছে৷ ইফালে সংশ্লিষ্ট বিদ্যালয় তথা জিলা পর্যায়ৰ আভ্যন্তৰীণ পৰীক্ষা কমিটীয়ে অনুষ্ঠিত কৰা আভ্যন্তৰীণ পৰীক্ষাৰ
Bollywood actor Ananya Panday who was summoned by the Narcotics Control Bureau (NCB) in connection with Mumbai drugs-on-the-cruise case is not appearing before the agency on Monday due to some personal commitments. Panday was supposed to appear before NCB for the third round of questioning in connection with the investigation