Security forces have busted a recruitment module of the ULFA (Independent) and apprehended seven people, including a surrendered cadre of the outfit, from Namtola in upper Assam, an Army spokesperson said on Thursday. The youth were arrested while they were on their way to ULFA-I training camps across the border
Year: 2021
দৰং জিলাত অৱস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত প্ৰকল্প আগন্তুক পৰ্যটন বৰ্ষৰ বাবে আজিৰে পৰা মুকলি কৰা হয় । মঙলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়াই ৰাষ্ট্ৰীয় উদ্যান খনত এই উপলক্ষে অনুষ্ঠিত এক ৰাজহুৱা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি ৰাষ্ট্ৰীয় উদ্যান খন পুনৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়ে। অনুষ্ঠানত মঙলদৈ বন্যপ্ৰাণী সংমণ্ডল
নৰবলিৰ এক শিহৰণকাৰী পৰিকল্পনা কার্যকৰী হোৱাৰ পূর্বেই জনচক্ষুলৈ অহাত সৌভাগ্যক্রমে প্রাণৰক্ষা পৰে তিনি যুৱতী–কিশোৰীৰ৷ এই ভয়ানক কাণ্ডৰ পৰিকল্পনা ৰচনা হৈছিল নাহৰকটীয়াৰ চাচনী মৌজাৰ প্রান্তীয় গাঁও দুই নং টিংৰাইত৷ ইফালে ঘটনা সংক্রান্তত আৰক্ষীয়ে এইপর্যন্ত গ্রেপ্তাৰ কৰিছে একেটা পৰিয়ালৰে চাৰিজনকৈ সদস্যক৷ উল্লেখ্য যে অন্ধবিশ্বাসৰ পৰিণতিত মাত্র কিছু দিন পূর্বে সোণাৰি থানাৰ অন্তর্গত
ধেমাজি জিলাখন আজি এক মিনি দিছপুৰলৈ পৰিণত হ’ল ৷ অসমৰ মুখ্যমন্ত্ৰী সহ বিভিন্ন বিভাগৰ মন্ত্ৰী সকল উপস্থিত হ’ল ধেমাজিত ৷অসম চৰকাৰৰ জিলা ভিওিক কেবিনেট বৈঠকখনি আজি ধেমাজি জিলাৰ উপায়ুক্ত সভাকক্ষত অনুস্ঠিত হয় ৷ কেবিনেটৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল জৰিয়তে আজি অনুস্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত
পুনৰ বিতর্কত সাঙোৰ খাই পৰিছে গুৱাহাটী বিশ্ববিদ্যালয়৷ ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনৰ গৰিমাত এইবাৰ কালিমা সানিলে এগৰাকী সহকাৰী অধ্যাপকে৷ হিন্দী বিভাগৰ অমিত পাণ্ডে নামৰ অধ্যাপকজনে শেহতীয়াকৈ কেইবাগৰাকী ছাত্রীলৈ হোৱাটছএপ আৰু ফেচবুকযোগে অশ্লীল মেছেজ প্রেৰণ কৰি শিক্ষানুষ্ঠানখনৰ পৰিৱেশ দূষিত কৰাই নহয়, শিক্ষক আৰু ছাত্র–ছাত্রীৰ মাজৰ সম্পর্কও অৱনমিত কৰিলে৷ উত্থাপিত অভিযোগ অনুসৰি অমিত পাণ্ডে নামৰ