Month: June 2022

গুৱাহাটীৰ বান পৰিস্থিতি অপৰিৱৰ্তিত

গুৱাহাটীৰ বান পৰিস্থিতি অপৰিৱৰ্তিত

ধাৰাসাৰ বৰষুণৰ বাবে ৰাজ্যত নতুনকৈ ঠাইবিশেষে পুনৰ বানৰ সন্ত্ৰাস আৰম্ভ হৈছে৷ ইফালে গুৱাহাটীৰ কৃত্ৰিম বানৰ পৰিস্থিতি দ্বিতীয় দিনৰ বাবেও অপৰিৱৰ্তিত থাকে৷ উল্লেখযোগ্য যে যোৱা দুদিনধৰি ৰাজ্যত মুষলধাৰে বৰষুণ  অব্যাহত থকাৰ বাবে মধ্য অসমত পুনৰ বানৰ বিভীষিকা আৰম্ভ হৈছে৷ ডিমা হাছাও জিলাত পুনৰ ভয়ংকৰ বান আৰু গৰাখহনীয়া আৰম্ভ হৈছে৷ বান আৰু

Nora Fatehi shares her ‘dirty little secret’ experience

Nora Fatehi shares her ‘dirty little secret’ experience

Actor and dancer Nora Fatehi who recently debuted as a music video director with her latest song ‘Dirty Little Secret’, shared her experience in a post on Instagram. Nora shared a series of behind-the-scenes pictures on her Instagram from the sets of the song. Nora captioned her post: “New #dirtylittlesecret.

গুৱাহাটীত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ,বাধা দিবলৈ যাওঁতে আঘাত প্ৰাপ্ত হ’ল দিছপুৰৰ উপ-আৰক্ষী অধীক্ষক হিমাংশু দাস

গুৱাহাটীত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ,বাধা দিবলৈ যাওঁতে আঘাত প্ৰাপ্ত হ’ল দিছপুৰৰ উপ-আৰক্ষী অধীক্ষক হিমাংশু দাস

বুধবাৰে ইডিৰ কাৰ্যালয়ত উপস্থিত হয় কংগ্ৰেছী নেতা ৰাহুল গান্ধী৷ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা সমৰ্থকৰ বৃহৎ ৰেলীৰে ইডিৰ কাৰ্যালয়ত উপস্থিত হয় নেতাগৰাকী ৷নেশ্যনেল হেৰাল্ডৰ পুঁজি অপব্যৱহাৰ গোচৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু দলৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে এনফৰ্চমেণ্ট ডিৰেক্টৰেটৰ চমন জাৰি কৰিছিল। ইফালে পুৱাৰে পৰা ৰাহুল গান্ধীৰ সমৰ্থনত দেশৰ বিভিন্ন কংগ্ৰেছ