Month: June 2022

অসমৰ বন্যাৰ্তলৈ ২৫ কোটি টকাৰ বান সাহায্য আম্বানীৰ

অসমৰ বন্যাৰ্তলৈ ২৫ কোটি টকাৰ বান সাহায্য আম্বানীৰ

অসমৰ বান বিধ্বস্ত লোকসকলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সহায়ৰ হাত আগবঢ়াইছে। বানপীড়িতসকলক সহায়ৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অনুদান আগবঢ়াইছে বলীউডৰ কেইবাগৰকীও তাৰকাৰ লগতে দেশৰ উদ্যোগপতিয়ে। ইয়াৰ মাজতে শুকুৰবাৰে বান বিধ্বস্ত অসমৰ এই বিপদকালত সহায়ৰ হাত আগবঢ়াইছে আম্বানী পৰিয়ালে। শুকুৰবাৰে দেশৰ আটাইতকৈ ধনী ব্যক্তি তথা উদ্যোগপতি মুকেশ আম্বানী আৰু তেওঁৰ

পাঞ্জাবাৰীৰ ফাৰইষ্ট গেষ্ট হাউছত নৈশ আহাৰৰ বাবে মাতি পিষ্টল দেখুৱাই যুৱতীক ধর্ষণ

পাঞ্জাবাৰীৰ ফাৰইষ্ট গেষ্ট হাউছত নৈশ আহাৰৰ বাবে মাতি পিষ্টল দেখুৱাই যুৱতীক ধর্ষণ

অভিযুক্ত লম্পট বিকাশ গগৈক গ্রেপ্তাৰ; চাৰি জাঁই সক্রিয় গুলীসহ পইণ্ট ৩২ পিষ্টল জব্দ গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ধর্ষণ–হত্যা–লুণ্ঠনৰ ঘটনা৷ কালি নিশা পুনৰ গুৱাহাটীৰ পাঞ্জাবাৰীৰ এটা গেষ্ট হাউছত সংঘটিত হয় এক ধর্ষণকাণ্ড৷ পাঞ্জাবাৰীৰ ফখৰুদ্দিন আলি আহমেদ পথৰ ফাৰইষ্ট গেষ্ট হাউছত মূৰত পিষ্টল লগাই মৃত্যুৰ ভাবুকি দি বিকাশ গগৈ নামৰ এটা

অসম তৃণমূল কংগ্ৰেছত যোগদান দিলীপ কুমাৰ শৰ্মাৰ !

অসম তৃণমূল কংগ্ৰেছত যোগদান দিলীপ কুমাৰ শৰ্মাৰ !

“তৃণমূল কংগ্ৰেছৰ সন্মানীয় সাংসদ আৰু ৰাষ্ট্ৰীয় মুখপাত্ৰ ডা° শান্তনু সেন আৰু অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত আজি মই তৃণমূল কংগ্ৰেছত যোগদান কৰিলোঁ।”: দিলীপ কুমাৰ শৰ্মা ।  

নগাঁৱৰ খালৈগাঁৱত “চাইক’মেট্ৰিক যোগ কেন্দ্ৰ” মুকলি

নগাঁৱৰ খালৈগাঁৱত “চাইক’মেট্ৰিক যোগ কেন্দ্ৰ” মুকলি

নিউজ ব্যুৰ’,নগাঁও,২৫জুন:– নগাঁও জিলা যোগ সন্থাৰ সৌজন্যত হাতীচোং মৌজাত শুক্ৰবাৰে “চাইক’মেট্ৰিক যোগ কেন্দ্ৰ” নামৰে যোগ,প্ৰাণায়ম আৰু প্ৰাকৃতিক চিকিৎসাৰ অনুষ্ঠান এটি মুকলি কৰা হয় । এই উপলক্ষে খালৈগাঁৱৰ চৰ্দাৰ বল্লভভাই পেটেল প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত খাগৰিজান খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সিদ্ধাৰ্থ কুমুদ গগৈয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে। এই কেন্দ্ৰটিৰ শুভাৰম্ভণি উপলক্ষে সমাজকৰ্মী শিৱজ্যোতি