Month: June 2022

ৰাষ্ট্ৰীয় কাৰাটে প্রতিযোগিতাত স্বৰ্ণ পদক বিজয়ী ধেমাজিৰ খেলুৱৈ

ৰাষ্ট্ৰীয় কাৰাটে প্রতিযোগিতাত স্বৰ্ণ পদক বিজয়ী ধেমাজিৰ খেলুৱৈ

কেৰেলাৰ কোট্টায়ামত জে এচ কে এ নেশ্যনেল অপেন কাৰাটে চেম্পিয়নশ্বিপত অংশ গ্ৰহণ কৰি ধেমাজিৰ দুজন ছাত্ৰ আৰু এগৰাকী ছাত্ৰীয়ে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে ৷ নেশ্যনেল  অপেন কাৰাটে চেম্পিয়নশ্বিপ ২০২২  প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি  নিখিল চেতিয়া , ভাস্কৰ মৰান বৰুৱা আৰু সুদক্ষিনা গগৈয়ে একোটাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৷ স্থানীয়ভাৱে

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ দুঘন্টীয়া অৱস্হান ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ণ

অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ দুঘন্টীয়া অৱস্হান ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ণ

 ধেমাজিত নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা  ধেমাজি জিলাৰ উপায়ুক্ত কাৰ্য্যালয় সাপ্তাহিক বজাৰৰ পৰিবৰ্তে অন্য স্হানলৈ স্হানান্তৰ কৰা কাৰ্য বন্ধ কৰা আৰু মৰিঢলৰ ১-২ নং জামুগুৰি আৰু ২ নং বৰাচিয়াত পকীদলং অতি শীঘ্ৰে নিৰ্মাণ কৰাৰ দাবীত আজি অসম যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে এক অৱস্থান ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ণ কৰে ৷ ধেমাজি কাছাৰী

গুৱাহাটীৰ হেল্থ চিটি হস্পিটেলত চিকিৎসাধীন জুবলী বৰুৱা

গুৱাহাটীৰ হেল্থ চিটি হস্পিটেলত চিকিৎসাধীন জুবলী বৰুৱা

অসমৰ জনপ্ৰিয় গায়িকা জুবলী বৰুৱা বিগত ৫ দিন ধৰি গুৱাহাটীৰ হেল্থ চিটি হস্পিটেলত চিকিৎসাধীন হৈ আছে। ক’ভিদৰ পিছত হোৱা কিছু জটিলতা আৰু ভাইৰেল নিউমোনিয়াত আক্ৰান্ত হোৱাৰ বাবে জুবলী কিছুদিনৰ আগতে হেল্থ চিটি হস্পিটেলত এডমিত হৈছিল। প্ৰতিবেদন অনুসৰি তেওঁৰ অৱস্থা এতিয়া স্থিৰ হৈ আছে। লক্ষণীয়ভাৱে, গায়িকা জুবলী বৰুৱা যোৱা এপ্ৰিল মাহত

গুৱাহাটীৰ চছলত ‘প্ৰিয়বন্ধু’ৰ চতুৰ্থ সংখ্যা উন্মোচন

গুৱাহাটীৰ চছলত ‘প্ৰিয়বন্ধু’ৰ চতুৰ্থ সংখ্যা উন্মোচন

নিউজ ব্যুৰ’,নগাঁও,১জুন: ”অকণিৰ সাহিত্য সভা”ৰ হৈ নগাঁৱৰ পৰা প্ৰকাশ পাই অহা এটকীয়া শিশু-কবিতাৰ পত্ৰিকা ‘প্ৰিয়বন্ধু’ৰ চতুৰ্থ সংখ্যাটি আজি গুৱাহাটীৰ চছলত উন্মোচন কৰে বিশিষ্ট শিশু-সাহিত্যিক শশীন্দ্ৰ কুমাৰ অধিকাৰীয়ে ৷ পত্ৰিকাখন উন্মোচন কৰি অধিকাৰীয়ে কয় যে শিশু সাহিত্যৰ পথাৰখনত প্ৰিয়বন্ধু এক সু সংযোজন। বিশিষ্ট অতিথিৰ ভাষণত থানেশ্বৰ মালাকাৰে কয় যে সাধাৰণতে সভাগৃহ

সৰুসজাইত ৰাজ্যিক মাষ্টাৰছ এথলেটিকচ্ প্ৰতিযোগিতাৰ শুভাৰম্ভ

সৰুসজাইত ৰাজ্যিক মাষ্টাৰছ এথলেটিকচ্ প্ৰতিযোগিতাৰ শুভাৰম্ভ

ৰাজ্যৰ ৩ শতাধিক এথলীটৰ অংশগ্ৰহন অসম এথলেটিকচ্ সন্থাৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আৰম্ভ হ’ল প্ৰথম বাৰ্ষিক ৰাজ্যিক মুকলি মাষ্টাৰ এথলেটিকচ্ প্ৰতিযোগিতা। পুৰুষ আৰু মহিলা উভয়ৰে ৩৫ বছৰ উৰ্ধ্বৰ পৰা ৯০ বছৰ উৰ্ধ্বৰ প্ৰায় ৩ শতাধিক খেলুৱৈয়ে প্ৰতিযোগিতাখনত অংশগ্ৰহন কৰিছে।৫০০০ মিটাৰ দৌৰ ইভেন্টেৰে আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ শুভ