Month: July 2022

Guwahati Girl Found Dead in Delhi flat

Guwahati Girl Found Dead in Delhi flat

An air hostess from Assam who lived in Delhi was found inexplicably dead in her residence on Saturday. Puja Baruah, a resident of Begumpur in Malviya Nagar in the national capital, was originally from Guwahati in Assam. Meanwhile, the incident has been reported to Delhi police, who have launched an

কামৰূপ জিলাৰ নতুন উপায়ুক্ত IAS বিষয়া কীৰ্তি জল্লী…

কামৰূপ জিলাৰ নতুন উপায়ুক্ত IAS বিষয়া কীৰ্তি জল্লী…

কামৰূপ জিলাৰ নতুন উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কীৰ্তি জল্লীক। উল্লেখ্য যে সম্প্ৰতি কাছাৰ জিলাৰ উপায়ুক্ত হিচাপে কীৰ্তি জল্লীয়ে বান-ভূমিস্খলনৰ দুৰ্যােগপূৰ্ণ সময়ৰ মাজতে অহৰহভাৱে বন্যাৰ্তৰ কাষত থিয় দিছিল। উপায়ুক্তগৰাকীৰ এনে কৰ্তব্যনিষ্ঠাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতাে ব্যাপক চৰ্চা লাভ কৰিছিল। তেওঁৰ ঠাইত কাছাৰৰ নতুন উপায়ুক্তৰ দায়িত্ব প্ৰদান কৰা

নতুন দিল্লীৰ ভাৰাঘৰত উদ্ধাৰ অসমৰ যুৱতীৰ মৃতদেহ

নতুন দিল্লীৰ ভাৰাঘৰত উদ্ধাৰ অসমৰ যুৱতীৰ মৃতদেহ

কৰ্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ পুনৰ অকাল মৃত্যুক আকােৱালি ল’লে এগৰাকী অসমীয়া যুৱতীয়ে। দেশৰ ৰাজধানী দিল্লীলৈ গৈ ৰহস্যজনকভাৱে মৃত্যু হৈছে এগৰাকী অসমীয়া যুৱতীৰ। জানিব পৰা মতে, মৃত যুৱতীগৰাকী গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত বচাপথাৰৰ পিংকী বড়ো। ভাৰাঘৰৰ কোঠাৰ ভিতৰতে পিংকী বড়োৰ মৃতদেহ উদ্ধাৰ কৰে দিল্লী আৰক্ষীয়ে। অৱশ্যে বাতৰি লিখা পর্যন্ত যুৱতীগৰাকীৰ

নগাঁৱৰ বটদ্ৰৱা প্ৰেছ ক্লাৱৰ উদ্যোগত সত্ৰীয়া নৃত্য,বৰগীত আৰু খোলবাদনৰ কৰ্মশালা আৰম্ভ

নগাঁৱৰ বটদ্ৰৱা প্ৰেছ ক্লাৱৰ উদ্যোগত সত্ৰীয়া নৃত্য,বৰগীত আৰু খোলবাদনৰ কৰ্মশালা আৰম্ভ

নিউজ ব্যুৰ’,নগাঁও,১১জুলাই:–নতুন প্ৰজন্মৰ মাজত সত্ৰ সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ আৰু অনুশীলন অব্যাহত ৰখাৰ প্ৰয়াস হিচাপে অসমীয়া জাতিৰ জনক জগত গুৰুজনাৰ জন্মস্থান নগাঁও জিলাৰ বটদ্ৰৱাত গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীৰ মাজত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সংস্কৃতি নৃত্য,গীত বাদ্যৰ অপূৰ্ব সমাহাৰ স্বৰূপ সত্ৰীয়া নৃত্যৰ চৰ্চাৰ বাবে বটদ্ৰৱা প্ৰেছ ক্লাৱৰ উদ্যোগত ৰবিবাৰৰ পৰা পৰা ২৪ জুলাইলৈ

নগাঁৱত কলংপৰীয়া শাখা সাহিত্য সভাৰ ‘সাঁকো’ সাহিত্যানুষ্ঠানত কাব্যগ্ৰন্থ “এমুঠি কবিতা” উন্মোচন

নগাঁৱত কলংপৰীয়া শাখা সাহিত্য সভাৰ ‘সাঁকো’ সাহিত্যানুষ্ঠানত কাব্যগ্ৰন্থ “এমুঠি কবিতা” উন্মোচন

নিউজ ব্যুৰ’,নগাঁও,১১জুলাই:–অসম সাহিত্য সভাৰ অন্যতম অগ্ৰণী শাখা নগাঁও জিলাৰ ”কলংপৰীয়া শাখা সাহিত্য সভা”ৰ ‘সাঁকো’ মাহেকীয়া সাহিত্য আলোচনা চক্ৰৰ চতুৰ্থ বৈঠকখনি ৰবিবাৰে বিয়লি তেলিয়া পহুকটাস্থিত ব্ৰহ্মচাৰী সত্ৰ প্ৰাংগণত অনুষ্ঠিত হয় । ”কলংপৰীয়া শাখা সাহিত্য সভা”ৰ সভাপতি শৈলেন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সাহিত্য পাঠ অনুষ্ঠানটিত সঞ্চালনা কৰে কবি- শিক্ষক বসন্ত কৌশিক ভাগৱতীয়ে ।