Month: November 2022

পানীলগা সমস্যাত ঘনে ঘনে আক্ৰান্ত নে কি? ঘৰুৱা উপাই জানক !

পানীলগা সমস্যাত ঘনে ঘনে আক্ৰান্ত নে কি? ঘৰুৱা উপাই জানক !

বিশেষকৈ ঠাণ্ডাৰ দিনবোৰত আমাৰ শৰীৰটোক অত্যধিক যত্নৰ প্ৰয়োজন হয়। সমগ্ৰ ভাৰতত ঠাণ্ডাৰ পৰিস্থিতি অব্যাহত আছে। এনে বতৰে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত ধ্বংসাত্মক প্ৰভাৱ পেলায় কিয়নো আমি সচৰাচৰ বিভিন্ন চৰ্দিৰ লক্ষণত ভুগি আছোঁ। পিঁয়াজ-মৌ চিৰাপ হৈছে এক ভেষজ ঘৰুৱা মিশ্ৰণ যাক কাহ আৰু চৰ্দিৰ লক্ষণৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়

নাৰিকলৰ বাকলিৰ আশ্চৰ্যজনক লাভালাভবোৰ

নাৰিকলৰ বাকলিৰ আশ্চৰ্যজনক লাভালাভবোৰ

নাৰিকলৰ বহুতো লাভালাভ আছে। ইয়াৰ দৈনন্দিন ব্যৱহাৰে সদায় চুলি আৰু ছাল উন্নত কৰে। সকলোৱে প্ৰায়ে নাৰিকলৰ মনোমোহা গুণাগুণৰ বিষয়ে অৱগত। কিন্তু খুব কমসংখ্যক মানুহে নাৰিকলৰ বাকলিৰ বিশেষত্ববোৰ জানে। প্ৰায়ে দেখা যায় যে নাৰিকল খোৱাৰ পিছত, মানুহে ইয়াৰ বাকলি পেলাই দিয়ে। কিন্তু এই পেলনীয় নাৰিকলৰ বাকলিৰ পৰা বহু পৰিমাণে লাভাম্বিত হ’ব

মূত্ৰনলীৰ সংক্ৰমণ সমস্যাৰে যুঁজিছে নেকি? চিন্তা নকৰিব, আছে ঘৰুৱা প্ৰতিকাৰ!

মূত্ৰনলীৰ সংক্ৰমণ সমস্যাৰে যুঁজিছে নেকি? চিন্তা নকৰিব, আছে ঘৰুৱা প্ৰতিকাৰ!

ইউটিআই (Urinary tract infection) বা মূত্ৰনলীৰ সংক্ৰমণত বহুলোক আক্ৰান্ত হোৱা দেখা যায়। বিশেষকৈ গ্ৰীষ্মকালত এই ৰোত অধিক পৰিমাণে লোক আক্ৰান্ত হোৱা দেখা যায়।পুৰুষ আৰু মহিলা উভয়েই এই ৰোগত আক্ৰান্ত হয় যদিও,  মহিলাৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়। এই ৰোগৰ মুখ্য কাৰণ হৈছে, যৌনাংগ পৰিষ্কাৰলৈ নৰখা। আনহাতে অন্যান্য কাৰণবোৰৰ ভিতৰত আছে,

কেঁচা পনীৰ খালে হয় এই চাৰিটা লাভ, নিয়ন্ত্ৰণত থাকে ওজন!

কেঁচা পনীৰ খালে হয় এই চাৰিটা লাভ, নিয়ন্ত্ৰণত থাকে ওজন!

পনীৰ ভাৰতীয়সকলৰ প্ৰিয় ব্যঞ্জনবোৰৰ ভিতৰত অন্যতম। পনীৰ কেৱল সুস্বাদুয়েই নহয় স্বাস্থ্যৰ বাবেও অত্যন্ত উপকাৰী। নিৰামিষাহাৰী লোকৰ বাবে পনীৰ খুৱাটো খুবেই দৰকাৰ।  পনীৰ হ’ল প্ৰচুৰ পৰিমাণৰ প্ৰ’টিনৰ উৎস। পনীৰত  চেলেনিয়াম( selenium) ,কেলচিয়াম আৰু পটেছিয়াম পোৱা যায়। ইয়াত থকা পটেছিয়াম স্মৃতি শক্তি ৰ বাবে খুব ভাল। চেলেনিয়ামে প্ৰজনন ক্ষমতা বঢ়ায়। ব্যস্ততাভৰা জীৱনত