Month: November 2022

চকুৰ স্বাস্থ্য আৰু ভাল দৃষ্টিশক্তি বজাই ৰখাৰ বাবে ৪ টা বিশেষ টিপছ

চকুৰ স্বাস্থ্য আৰু ভাল দৃষ্টিশক্তি বজাই ৰখাৰ বাবে ৪ টা বিশেষ টিপছ

লেপটপ/কম্পিউটাৰ সঠিক দূৰত্বত ৰাখিব: বহুলোকে তেওঁলোকৰ ডিজিটেল সঁজুলিবোৰ চকুৰ একেবাৰে ওচৰতে ৰাখে । এনে লোকসকলৰ প্ৰায়ে চকুৰ সমস্যা হোৱাৰ আশংকা অধিক হয় । বিশেষকৈ কৰ্মক্ষেত্ৰত দীঘলীয়া সময়ৰ বাবে কম্পিউটাৰ বা লেপটপ ব্যৱহাৰ কৰা সকলৰ ক্ষেত্ৰত এই সমস্যা দেখা যায় । প্ৰাকৃতিক পোহৰত কাম কৰিবলৈ চেষ্টা কৰক:সদায়ে এলইডি বা টিউব লাইট

এলোভেৰা গছে আপোনাৰ জীৱন সলনি কৰিব পাৰে

এলোভেৰা গছে আপোনাৰ জীৱন সলনি কৰিব পাৰে

এই মুহূৰ্তত গছপুলি ৰোপনৰ দাবী লৈ আন্দোলন কৰিব সমগ্ৰ দেশ। ক্ৰমবৰ্ধমান পানীৰ সংকটৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা অধিক গছপুলি ৰোপণৰ দাবী উত্থাপন হৈছে । ইফালে পণ্ডিতসকলেও কয় যে এটা গছজোপাই বহুতৰে জীৱন সলনি কৰিব পাৰে । কেইবাটাও উদাহৰণে স্পষ্ট কৰি দিয়ে যে গছ-গছনি ঘৰতে ৰখাটো কিমান উপকাৰী । জ্যোতিষ বিজ্ঞানৰ

খোজ কাঢ়িও ওজন কমাব পাৰি, কিন্তু ওজন কমাবলৈ কিমান সময় খোজ কাঢ়িব লাগে জানেনে?

খোজ কাঢ়িও ওজন কমাব পাৰি, কিন্তু ওজন কমাবলৈ কিমান সময় খোজ কাঢ়িব লাগে জানেনে?

ওজন কমাবলৈ বেছিভাগ মানুহেই ভাবে যে কেৱল ৱৰ্কআউটেহে ইয়াৰ প্ৰভাৱ দেখুৱায়। কিন্তু ই সম্পূৰ্ণ শুদ্ধ নহয়। ওজন কমাবলৈ ৰাতিপুৱা আৰু সন্ধিয়া খোজ কঢ়াৰ কথাও বিবেচনা কৰিব পাৰে। যদিও, কেৱল খোজ কাঢ়িলেই ওজন কমাবলৈ সময় লাগিব পাৰে, কিন্তু যদি সঠিক নিয়মৰ মাজেৰে খোজ কাঢ়ে তেন্তে ওজন কমাবলৈ ইমান কঠিন নহয়। বিশেষকৈ

শীতকালৰ শুকান ছাল আৰু ফাটি যোৱা ওঁঠৰ সমস্যা

শীতকালৰ শুকান ছাল আৰু ফাটি যোৱা ওঁঠৰ সমস্যা

শীতকাল আৰম্ভ হোৱাৰ লগে লগে বেছিভাগ মানুহৰে ছাল শুকাবলৈ আৰম্ভ কৰে। ছালৰ আৰ্দ্ৰতা ক’ৰবাত হেৰাই যায় আৰু ছালখন শুকান আৰু নিৰ্জীৱ দেখাবলৈ আৰম্ভ কৰে। ছালৰ লগতে আমাৰ ওঁঠো ফাটিবলৈ আৰম্ভ কৰে। কেতিয়াবা এই সমস্যা ইমানেই বাঢ়ি যায় যে ওঁঠৰ পৰাও তেজ ওলাবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত আমি আমাৰ ছালখনক লৈ

শীৰ্ষ ধনী ব্যক্তিৰ তালিকাত কিয় নাম নাই ৰতন টাটাৰ ?

শীৰ্ষ ধনী ব্যক্তিৰ তালিকাত কিয় নাম নাই ৰতন টাটাৰ ?

দেশৰ আটাইতকৈ ডাঙৰ এজন উদ্যোগী, যাৰ ছত্ৰছায়াত লাখ লাখ মানুহে সপোন দেখে। সমাজৰ হকে যাৰ অবদানৰ কথা কৈ শেষ কৰিব নোৱাৰি। শেহতীয়াভাৱে অসমতো প্ৰায় ৭খনকৈ কৰ্কট ইনষ্টিটিউট প্ৰদান কৰা এই বিশেষ ব্যক্তিগৰাকীয়ে হৈছে ৰতন টাটা। তেওঁৰ নাম নজনা বা তেওঁৰ বিষয়ে নজনা মানুহ সমগ্ৰ পৃথিৱীতে বিৰল। কিন্তু আশ্চৰ্যজনক কথাটো এয়ে