খাদ্য প্রস্তুত কৰােতে বিশেষ উপাদান ব্যৱহাৰ কৰা হয় সেইবােৰৰ ভিতৰত অন্যতম হ’ল তেজপাত। সাধাৰণতে ভাৰতীয় খাদ্যসম্ভাৰ প্ৰস্তুত কৰােতে তেজপাত ব্যৱহাৰ কৰা হয়। ইয়াক সুগন্ধিৰূপে খাদ্য প্রস্তুতৰ সময়ত ব্যৱহাৰ কৰে। অৱশ্যে তেজপাতত যিবােৰ উপাদান থাকে সেইবােৰে ৰােগ প্ৰতিৰােধ আৰু উপশমৰ ক্ষেত্ৰতাে ভূমিকা গ্রহণ কৰা দেখা যায়। ইয়াত ভিটামিন ‘চি’ৰ উপৰি খনিজ
Month: December 2022
বিশ্বায়নৰ যুগত সকলাে ঠাইতে চলিছে দিনে-নিশাই কাম কৰাৰ ঢৌ । নিশা বিশেষকৈ জৰুৰীকালীন সেৱাত নিয়ােজিত লােকসকলে নিশা কর্তব্য পালন কৰিবলগীয়া হয়। কেতিয়াবা দিনত আৰু আৰু আন কেতিয়াবা নিশা কর্তব্য পালন কৰিবলগীয়া হােৱা বাবে শাৰীৰিক-মানসিক সমস্যাই গা কৰি উঠে। নিশা দুপৰলৈকে কর্তব্য সম্পাদন কৰিবলগীয়া হােৱা বাবে শৰীৰটোৱে কিছুমান পৰিস্থিতিৰ স’তে সহাৱস্থান
ৰন্ধাৰ সোৱাদ বঢ়াবলৈ নিমখৰ কোনো বিকল্প নাই। কিন্তু শেহতীয়াকৈ, বহুলোকে শৰীৰৰ যত্ন ল’বলৈ নিমখ পৰিহাৰ কৰি চলে। বিশেষকৈ যদি উচ্চ ৰক্তচাপ, মধুমেহ বা হৃদৰোগৰ স’তে সম্পৰ্কিত কোনো সমস্যা হয়, চিকিৎসকে নিমখ খাবলৈ নিষেধ কৰে। কিন্তু শৰীৰৰ যত্ন নল’লেও, চুলি ভাল ৰখাত নিমখ যথেষ্ট কাৰ্যকৰী। শুনি আচৰিত লাগিলেও চুলি ভাল ৰাখিবলৈ
দাঁতত এনামেল নামক এক প্রকাৰৰ উপাদান থাকে যি দাঁতৰ স্বাস্থ্য ৰক্ষাত অত্যন্ত গুৰুত্বপূর্ণ । এই উপাদানটো ক্ষয় গ’লে দাঁতৰ ভিতৰত থকা স্নায়ুবোৰ উন্মুক্ত হৈ যায় । ফলত বিশেষকৈ ঠাণ্ডা খাদ্য আৰু পানীয় এই স্নায়ুবোৰৰ সংস্পর্শত আহিলে শিৰশিৰণি উঠে দাঁতত । ইয়াক বিজ্ঞানৰ ভাষাত টুথ ছেনচিটিভিটি বুলি কোৱা হয় । ১।
আমি সকলোৱেই মুখ বা ছালৰ যত্ন লওঁ ঠিকেই , কিন্তু সততে মানুহৰ চকুত পৰা ডিঙিৰ অংশৰ যত্ন কিমানে লয় ? বহুতেই ডিঙিৰ পৰিচৰ্যা নকৰাৰ ফলত ডিঙিৰ কোনো অংশ ক’লা পৰি যোৱা দেখা যায় । যি মানুহৰ সৌন্দৰ্যত বেয়া প্ৰভাৱ পেলায় । দেখিবলৈ কুৎসিত লগা এই ক’লা দাগৰ পৰা পৰিত্ৰাণ পোৱাৰ