এটি মন্ত্ৰ যাৰ দ্বাৰা বহুত কিছু কৰা সম্ভৱ, দুৰাৰোগ্য ব্যাধিৰ পৰা যেনেকৈ মুক্তি লাভ সম্ভৱ ঠিক একেদৰে অকাল মৃত্যুৰ হাতৰ পৰাও এই মন্ত্ৰ পাঠ কৰি ৰক্ষা পোৱা সম্ভৱ। আনকি প্ৰাচীন বেদত এই কথাও উল্লেখ আছে যে কোনোবাই যদি নিয়মীয়া কৈ এই মন্ত্ৰ পাঠ কৰে তেনেহলে সমস্ত ধৰণৰ বিপদৰ পৰা ৰক্ষা
Month: December 2022
বহু সময়ত দেখা যায় যে কুকুৰে তুলসী গছ দেখিলেই সেই গছৰ ওপৰত পেচাব কৰি দিয়ে, কিন্তু সেই ৰহস্যময় কথা জানেনে কিয় কুকুৰে তুলসী গছত পেচাব কৰি দিয়ে ? পৌৰাণিক কি কাহিনীৰ বাবে , কাৰ অভিশাপৰ বাবে তুলসী গছে এতিয়াও এই শাস্তি ভোগ কৰি আছে ? এক পৌৰাণিক কাহিনী অনুসৰি পিতৃসত্বা
কেচু খান্দোতে ওলাইছে সাপ। নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় চলোৱা জানমণি দাস আৰু তেওঁৰ সহযোগীক গ্ৰেপ্তাৰ কৰা হৈছে। ইপিনে মহানগৰীৰ স্পা সমূহলৈ উজনি অসমৰ ধুনীয়া যুৱতীক যোগান ধৰা পল্লৱী কলিতাকো গ্ৰেপ্তাৰ কৰাৰ পাছত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। যোৰহাটৰ বৰুৱা চাৰিআলিত বাৰবাৰা নামৰ এখন ইউনিচেস্ক পাৰ্লাৰ খুলি এই ব্যৱসায় চলোৱা পল্লৱী কলিতাৰ
টীয়কৰ প্ৰতিবেদক ২৯ ডিচেম্বৰ /২২ পথাৰ আমাৰ বজাৰ আমাৰ লক্ষ্যৰে অসমৰ একাংশ যুৱকে চাকৰিৰ পাছত নদৌৰি খেতিখোলা তথা পশুপালন, মীনপালন আদিকে জীৱন জিৱীকাৰ মূল বৃত্তি হিচাপে লোৱা পৰিলক্ষিত হৈছে।এই ক্ষেত্ৰত চৰকাৰক বা বিভাগসূহেও এইসকল কৰ্মোদ্যমী যুৱকক সহায়ৰ বাবে ন ন আঁচনিৰ প্ৰস্তত কৰিছে। কিন্তু এতিয়া বিপাঙত পৰিছে বিশেষকৈ উজনিৰ ক্ষুদ্ৰ
টীয়কৰ প্ৰতিবেদক ২৯ ডিচেম্বৰ /২২ টীয়ক পৌৰসভাৰ অন্তৰ্গত সাঁত নং ৱাৰ্ডৰ টেটুকাহাৰ পথটি পৌৰসভাৰ পঞ্চদশ বিত্তীয় আয়োগৰ ২০২০-২১-২২ বৰ্ষৰ অনুমোদিত টকা প্ৰায় এঘাৰ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া পথটিৰ কালি আধাৰশিলা কৰা হয়। টীয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈয়ে ফিটা কাটি শুভাৰম্ভ কৰা উক্ত অনুস্থানত উপ পৌৰপতি মাধৱী হাজৰিকা,পৌৰসভাৰ