Month: December 2022

স্বাস্থ্যৰ পক্ষে বেয়া , নিশা কি পাঁচবিধ খাদ্য খাব নেলাগে

স্বাস্থ্যৰ পক্ষে বেয়া , নিশা কি পাঁচবিধ খাদ্য খাব নেলাগে

বৰ্তমান যেন প্ৰায় মানুহৰ এটাই সমস্যা ৰাতি টোপনি নহা । আচলতে এই সমস্যাৰ লগত আমাৰ খাদ্যভ্যাস জড়িত হৈ থাকে । দিনৰভাগত ভাল, এনে কিছুমান খাদ্য আছে , যিবোৰ নিশা খালে আমাৰ শৰীৰত উপকাৰ কৰাৰ সলনি অপকাৰহে কৰিব পাৰে । সাধাৰণতে নিশা আমি সদায় পাতলীয়া তথা কম তেল-মচলাযুক্ত আহাৰ খাব লাগে ।

ঠাণ্ডা পৰাৰ লগে লগেই আপোনাৰ ছাল ফাটিছে , গাল ৰঙা পৰিছে নেকি ?

ঠাণ্ডা পৰাৰ লগে লগেই আপোনাৰ ছাল ফাটিছে , গাল ৰঙা পৰিছে নেকি ?

শীত অহাৰ লগে লগেই আমাৰ ছালৰ বিভিন্ন সমস্যাৰ উদ্ভৱ হয় । বিশেষকৈ শীতত প্ৰায় সংখ্যক লোকৰ ছাল ফটা , গাল ৰঙা পৰাৰ দৰে সমস্যা হয় । সেইয়েহে শীতত আমি ছালৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন সাধাৰণতে শীতত আমি বিভিন্ন ব্ৰেণ্ডৰ ক্ৰিম , লোচন আদি ব্যৱহাৰ কৰো । যিহেতু এই সময়ছোৱাত সমগ্ৰ পৰিবেশটোত

আপুনি দৈনিক কল খায় নেকি ? কলৰো আছে অপকাৰী গুণ !

আপুনি দৈনিক কল খায় নেকি ? কলৰো আছে অপকাৰী গুণ !

শৰীৰৰ উপকাৰৰ কাৰণে আমি প্ৰায় লোকেই দৈনিক কল খাওঁ । বহু পুষ্টিগুণেৰে সমৃদ্ধ কল খাবলৈ চিকিৎসকে আমাক উপদেশ দিয়ে । বিশেষকৈ নিয়মিত ব্যায়াম কৰা লোকে দৈনিক খাদ্য তালিকাত কল সংযোগ কৰা দেখা যায় । মিনাৰেল, ভিটামিন, ফাইবাৰ,পটাচিয়াম সমৃদ্ধ কল অত্যন্ত স্বাস্থ্যকৰ হোৱাৰ লগতে ই হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে । কল যে

অতি কম বয়সত চুলি পকা সমস্যা আৰু ইয়াৰ সমাধান বিশেষ

অতি কম বয়সত চুলি পকা সমস্যা আৰু ইয়াৰ সমাধান বিশেষ

বয়স বৃদ্ধিৰ লগে লগে চুলি পকা স্বাভাৱিক । কিন্তু সম্প্ৰতি কম বয়সতে অনেকৰ মূৰৰ চুলি পৰা দেখা যায় । কিন্তু কি কাৰণত কম বয়সতে চুলি পকে জানেনে ? ইয়াৰ মূলতে আছে তিনিটা বৃহৎ কাৰণ । জানি লওক সেই কাৰণবোৰনো কি । ১) আমিষ খাদ্য‌ই শৰীৰৰ পুষ্টি জোগোৱাত সহায় কৰে ।

টোপনিৰ আদৰ্শ সময় কি ? জানিবলৈ পঢ়ক

টোপনিৰ আদৰ্শ সময় কি ? জানিবলৈ পঢ়ক

এজন মানুহে নিশা সাত-আঠ ঘন্টা টোপনি গ’লে শৰীৰ শিথিল হোৱাৰ লগতে পিছদিনা অধিক সতেজ আৰু উদ্যমী অনুভৱ কৰে । পৰ্যাপ্ত টোপনি নাহিলে শৰীৰ দুৰ্বল আৰু অলস হয় যদিও টোপনিৰ কোনো আদৰ্শ সময় নাই তথাপি এজন পূৰ্ণ বয়স্কৰ মানুহে সাত-আঠ ঘন্টা শোৱাৰ আৱশ্যকতা আছে । এজন মানুহ কিমান সময় শুৱ লাগে বা টোপনিৰ আদৰ্শ