সুন্দৰ এটি লিখনি-
*তুমি নাৰীৰ প্ৰেম দেখিছা।তুমি সেই নাৰীৰ যত্ন দেখিছা।তুমি নাৰীক শিশুৰ দৰে-পাগল হোৱা দেখিছা! তুমি নাৰীক অসক্ষায় অৱস্থাত-তোমাক সাৱটি কান্দি থকা দেখিছা!
*পিৰিয়ডৰ সময়ত-প্ৰবল বেদনাত সেইজনী নাৰীক হাঁহি থকা দেখিছা!তুমি হাজাৰবাৰ ঠেলি দিয়াৰ পাছতো-সেইজনী নাৰীক তোমাৰ কাষলৈ অহা দেখিছা!
*ইমানবোৰৰ পাছত তুমি নাৰীৰ জেদ বা কঠোৰ অভিমান দেখা নাই।
*বিদ্ৰ-
এগৰাকী নাৰীৰ অভিমান বৰ ভয়ংকৰ।নাৰীয়ে-তোমাক ভালপায়-যেনেকৈ-তোমাক তেনেকৈ সুৰক্ষিত কৰিবও জানে।ঠিক-তেনেদৰে-তোমাৰ অৱহেলাৰ পৰা নিজকে-আঁতৰাই-মৌন হৈ থাকিবওঁ জানে।
*তুমি কি-ভাবা,সেই ধৰণৰ ভালপোৱা-প্ৰেম আৰু মৰম চিৰদিনৰ বাবে থাকি যাব।কেতিয়াও শেষ নহয়।অভিমান তেওঁৰো আছে-
খং-তেওঁৰো আছে।সেয়ে যি-আজি তোমাৰ নিচাত মত্ত,যাৰ ওচৰত তুমি বহুত মূল্যৱান,তেওঁক মূল্য দিবলৈ শিকক।
*নহলে-অভিমানত নাৰীয়ে-মুখ ঘুৰাই দিলে-সেই নাৰীক-তাৰপৰা ঘুৰাই অনাটো বৰ কঠিন।যি-তোমাক ভালপাই-আপোনালৈ টানে-অভিমানত সি মুখ ঘুৰাবঁও জানে। গতিকে-সময় থাকোতে-মানুহজনীক মূল্য দিয়ক।
*নহলে-কোনে জানে-আজি যিজনে-তোমাৰ নিচাত মত্ত-কাইলৈৰপৰা লৈ লব-তেওঁ অকলে জীয়াই থকাৰ চৰ্ত। নাৰীক সুৰক্ষা দিয়াৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য-পুৰুষৰ। (সংগ্ৰহিত)।