মহাভাৰতৰ অনুসাশন পৰ্বত
ধৰ্মৰাজ যুধিষ্ঠিৰ’ক উপদেশ দিছিল-
শৰশয্যাত পৰি থকা-গংগাপুত্ৰ ভীষ্মই….!!
কুৰুক্ষেত্ৰৰ যুদ্ধত জয়ী হৈ..
জেষ্ঠ্য পাণ্ডৱ-‘ধৰ্মৰাজ যুধিষ্ঠিৰ’ হষ্ঠিনাপুৰৰ
সিংহাসনত বহাৰ পূৰ্বে
ভগৱান শ্রী কৃষ্ণৰ পৰামৰ্শতে-শৰশয্যাত পৰি থকা
ৰাজনীতিত মহানিপুন- মহাজ্ঞানী-ভীষ্মৰ আৰ্শীবাদ
আৰু দিহা পৰামৰ্শ লবলৈ যাওঁতে-
ভীষ্মই হস্তিনাপুৰৰ নতুন ৰজা-যুধিষ্ঠিৰক
নিজ অভিজ্ঞতাৰ পৰা-বিভিন্ন বিষয়ত বহুত মূল্যবান পৰামৰ্শ দিছিল.. ।
কিন্তু নাৰীসকলৰ বিষয়ে ভীষ্মই কি কৈছিল…!!!
গংগাপুত্ৰ ভীষ্মৰ মতে=
১/মহিলাক কেতিয়াও অনাদৰ কৰিব নেলাগে..
২) অসন্তুষ্ট.., অৱহেলিত-প্ৰতাৰিত-নাৰীয়ে দিয়া
অভিশাপ ভয়ংকৰ..।
৩/যি ঘৰত স্ত্রীক আদৰ কৰা হয়..,
সেই ঘৰত দেৱতাই বাস কৰে..।
৪) স্ত্রী হৈছে-ঘৰৰ লখিমী..
৫/পুত্ৰবধো(বোৱাৰীক) নিজৰ কন্যা (ছোৱালীৰ)
দৰে গণ্য কৰিব লাগে।।
৬) স্ত্রী ৰ ওপৰত কেতিয়াও-হাত উঠাব
(মাৰ পিত) কৰিব নেলাগে..।।(কথাখিনি সংগ্রহিত)