Year: 2022

কচু শাক খোৱাৰ নীতি–নিয়ম আৰু ল’ব লগা সাৱধানতা!

কচু শাক খোৱাৰ নীতি–নিয়ম আৰু ল’ব লগা সাৱধানতা!

যিকোনো খাদ্যসামগ্রী যদিও উৎকৃষ্ট গুণেৰে ভৰপূৰ তথাপি কোনো কোনো ৰোগত সি অপথ্যও হ’ব পাৰে৷ কচু নিৰোগী সকলো লোকৰ বাবে খুবেই উপকাৰী৷ কিন্তু কিছুমান ৰোগত অপকাৰী৷ যেনে– * কিডনি ষ্টোন হ’লে কচু খোৱা অনুচিত৷ কিয়নো ইয়াত থকা প্রচুৰ পৰিমাণৰ কেলছিয়াম অক্সলেটে calcium oxalate) পাথৰ ডাঙৰ হোৱাত সহায় কৰে৷ বেছিভাগ কিডনী ষ্টোন

গোৰোহা ফটা সমস্যা! কেনেকৈ ঠিক কৰিব?

গোৰোহা ফটা সমস্যা! কেনেকৈ ঠিক কৰিব?

গোৰোহা ফটা সমস্যাটো শীতৰ প্রভাৱ৷ অৱশ্যে এই সমস্যাটো বংশগত হোৱাও দেখা যায়৷ গোৰোহা ফটা সমস্যাটো সমাধান কৰিবলৈ নিয়মীয়াকৈ যতন ল’ব লাগে৷ কুহুমীয়া গৰম পানীত নিমখ দি ছেম্পু দি ধুব লাগে৷ ভৰি ধুওঁতে পিউমিচ ষ্টোনেৰে ঘঁহিব লাগে, পিছত তিনি মিনিটৰ ভিতৰত মইশ্বাৰাইজাৰ লগাব লাগে৷ হিলমেট আদি লগাব পাৰে৷ ইয়াৰ বাবে লিকুইড,