মাতৃত্বই যদি নাৰীক পৰিপূর্ণতা দিয়ে আৰু সফল মাতৃত্বই যদি নাৰীলৈ আনি দিয়ে মহানতা, তেন্তে গর্ভাৱস্থাটো হ’ল এই পৰিপূর্ণতা আৰু মহানতাৰ সুউচ্চ স্তম্ভ সাজিবৰ বাবে কৰিবলগা ভেটি নির্মাণৰ দৰে কার্য৷ সুউচ্চ স্তম্ভ নির্মাণৰ বাবে যেনেদৰে সুদৃঢ় ভেটি নির্মাণ কৰি লোৱাটো আটাইতকৈ দৰকাৰী, তেনেদৰে সফল মাতৃত্বৰ প্রস্তুতি পর্ব হিচাপে গর্ভাৱস্থাটোও হোৱা উচিত
Year: 2022
আমাৰ ভোক লাগিলে আমি অনুভৱ কৰোঁ আৰু তেতিয়া আমি আহাৰ খাই পেট ভৰাও৷ এনেদৰেই আমাৰ ভোক বা ক্ষুধা নিবাৰণ কৰোঁ৷ এই ভোক আহাৰৰ গুণাগুণৰ ওপৰত নির্ভৰ নকৰে৷ পেট ভৰাই আহাৰ খালেই আমি সন্তুষ্ট হও৷ কিন্তু আমাৰ আৰু এবিধ ভোক বা ক্ষুধা আছে যাক আমি অনুভৱ নকৰোঁ৷ এইটো অনানুভূত ভোক বা
কঁকালৰ বিষ–ৰোগী আৰু চিকিৎসক দুয়োজনৰে কাৰণে অসুবিধাজনক সমস্যা৷ ঔষধ খাই কিছুদিনৰ বাবে ‘ভাল’ হ’লেও ৰোগটোৱে পুনৰ আমনি কৰে৷ ফলত ৰোগীয়ে চিকিৎসকৰ ওপৰত আস্থা হেৰুৱায়৷ সেয়ে এনে ৰোগীয়ে সঘনাই ডাক্তৰ সলায়৷ ৰোগীয়ে ধাৰণা কৰি লয় যে ৰাজহাড় ডালত এবাৰ যেতিয়া ৰোগে ধৰিলে ই ভাল নহয়৷ কিন্তু ই ভুল ধাৰণা৷ কিয়নো কঁকালৰ
গুৱাহাটী শাখাৰ, চানমাৰি উৰণীয়া সেতুৰ সমীপত অৱস্থিত শান্তিগিৰী আয়ুর্বেদ আৰু সিদ্ধ বৈদ্যশালাত মই ২০০৪ চনত ইনট্রানচিপ শেষ কৰি ৰেছিডেণ্ট মেডিকেল অফিচাৰ হিচাপে নিযুক্তি পাইছিলোঁ৷ জীৱনৰ প্রথম চাকৰি, গতিকে উদ্যম আৰু উলাহেৰে সেৱা আগবঢ়াবলৈ চেষ্টা কৰিলোঁ৷ সেই চিকিৎসালয়খনৰ বিশেষ চিকিৎসা হ’ল পঞ্চকর্ম চিকিৎসা আৰু লগতে আয়ুর্বেদ আৰু সিদ্ধ চিকিৎসা৷ যিহেতু এই
ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ ৬টা বিশেষ উপায় !