কঁকালৰ বিষ প্ৰতিৰোধ কৰিব পাৰি! কৰক এইকেইটা কাম!

কঁকালৰ বিষ প্ৰতিৰোধ কৰিব পাৰি! কৰক এইকেইটা কাম!

নিউয়র্ক বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেডিচিনৰ ক্লিনিকেল ৰিহেবিলিটেচন বিভাগৰ অধ্যাপক ডাক্তৰ চার্নোৱে দেখুৱাইছে যে বহুতো কঁকালৰ বিষৰ ৰোগীৰ বিষ আচলতে মানসিক চাপজনিত৷ কর্মৰত বহুতো অতি নিষ্ঠাৱান কর্মীয়ে মানসিক চাপত ভোগাৰ ফলত ৰাজহাড়ৰ এলেকালৈ তেজৰ চলাচল কমি যায় আৰু ইয়েই পিছত কঁকালৰ বিষৰ কাৰণ হৈ উঠে৷ সেয়ে মানসিক চাপ কমাবলৈ চিকিৎসা বিজ্ঞানত পৰামর্শ দিছে৷

Shahnawaz Hamza

Related