Year: 2022

নতুন অসম নিৰ্মাণৰ দিশে ধাৱমান চৰকাৰ

নতুন অসম নিৰ্মাণৰ দিশে ধাৱমান চৰকাৰ

ৰাজ্যত ইতিহাস সৃষ্টি কৰি আজি একেদিনাই ২২,৯৫৮টা পদৰ বিপৰীতে অসম চৰকাৰে নিযুক্তি-পত্ৰ প্ৰদান কৰে৷ গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা বৃহৎ নিযুক্তি সমাৰোহৰ জৰিয়তে মুখ্যমন্ত্ৰী ড॰